BJYM Bajali

BJYM Bajali Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BJYM Bajali, Political Party, .

ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ ৫৯ আৰু ৬০ নম্বৰ ৱাৰ্ডত বানপীড়িত ৰাইজলৈ সাহায্য বিতৰণ কৰা হয়। গুৱাহাট...
01/06/2025

ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ ৫৯ আৰু ৬০ নম্বৰ ৱাৰ্ডত বানপীড়িত ৰাইজলৈ সাহায্য বিতৰণ কৰা হয়। গুৱাহাটীৰ কৃত্ৰিম বানৰ ফলত কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱা পৰিয়ালসমূহক যুৱ মৰ্চা অসম প্ৰদেশৰ মাননীয় সভাপতি শ্ৰীযুত Rakesh Das ডাঙৰীয়াৰ নেতৃত্বত খাদ্যসামগ্ৰী তথা দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়।
Himanta Biswa Sarma
Dilip Saikia
Rakesh Das

01/06/2025

Himanta Biswa Sarma

Ranjeet Kumar Dass
01/06/2025

Ranjeet Kumar Dass

09/12/2024

BJYM Assam

ভাৰতীয় জনতা যুৱ মৰ্চা, বজালী জিলা সভাপতি চম্পক কাকতি ডাঙৰীয়াৰ নেতৃত্বত আজি চাকি বিতৰণ কাৰ্যসূচী হাতত লোৱা হয়। আমি সদায়...
30/10/2024

ভাৰতীয় জনতা যুৱ মৰ্চা, বজালী জিলা সভাপতি চম্পক কাকতি ডাঙৰীয়াৰ নেতৃত্বত আজি চাকি বিতৰণ কাৰ্যসূচী হাতত লোৱা হয়। আমি সদায়েই এই দেশ, এই দেশৰ সংস্কৃতি আৰু এই দেশৰ জনসাধাৰণৰ প্ৰতি দায়বদ্ধ। সেয়েহে প্ৰতিবছৰৰ দৰে এইবেলিও পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে আৰু স্থানীয় মৃৎ শিল্পক জিয়াই ৰখাৰ কাৰনে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
BJYM Assam

Address


Website

Alerts

Be the first to know and let us send you an email when BJYM Bajali posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJYM Bajali:

  • Want your organization to be the top-listed Government Service?

Share