Deomornoi Mandal BJYM - দেওমৰনৈ মণ্ডল যুৱ মৰ্চা

  • Home
  • Deomornoi Mandal BJYM - দেওমৰনৈ মণ্ডল যুৱ মৰ্চা

Deomornoi Mandal BJYM - দেওমৰনৈ মণ্ডল যুৱ মৰ্চা যুৱ-শক্তি ৰাষ্ট্ৰ-শক্তি ।
ভাৰত মাতা কী জয় ।।

04/04/2026

সৰাবাৰী গাঁও পঞ্চায়তত ৰাইজৰ বিপুল সহাঁৰিৰ বাবে কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কাৰ্যসূচী বাতিল কৰি আধা বাটৰ পৰা উভটিল কংগ্ৰেছ প্ৰাৰ্থী গৰাকী । উপস্থিতি শূণ্য ।

26/03/2026

২০১১ চনত কংগ্ৰেছ প্ৰাৰ্থী বিনন্দ শইকীয়াৰ দিনত নআলিত অগপ কৰ্মী সকলক কৰা বৰ্বৰ আক্ৰমণৰ কথা পাহৰা নাই ছিপাঝাৰৰ অগপ(AGP) কৰ্মী সকলে ।

12/12/2023
 #শ্বহীদ_প্ৰণামো_তোমাক অসমৰ ইতিহাসৰ সৰ্ববৃহৎ গণ আন্দোলন ঐতিহাসিক 'অসম আন্দোলন' ত জাতিৰ স্বাভিমান অটুট ৰাখিবলৈ আত্ম বলিদা...
10/12/2023

#শ্বহীদ_প্ৰণামো_তোমাক

অসমৰ ইতিহাসৰ সৰ্ববৃহৎ গণ আন্দোলন ঐতিহাসিক 'অসম আন্দোলন' ত জাতিৰ স্বাভিমান অটুট ৰাখিবলৈ আত্ম বলিদান দিয়া অসম আন্দোলৰ প্ৰতিগৰাকী মহান শ্বহীদলৈ সশ্রদ্ধ প্ৰণাম জনাইছোঁ 🪔।

Himanta Biswa Sarma
Dilip Saikia
Dr. Paramananda Rajbongshi
BJYM Assam
ভাৰতীয় জনতা যুৱ মৰ্চা - দৰং

05/12/2023

"ভাৰত মাতা কী জয়"

24/11/2023

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্ব আৰু দূৰদৰ্শী চিন্তাই অসমী আইক সম্প্ৰতি উন্নয়নৰ ন জ্যােতিৰে উদ্ভাসিত কৰিছে। এই ন জ্যােতিৰে উদ্ভাসিত সক্ষম যাত্ৰাৰ অংশ স্বৰূপে আমাৰ ছিপাঝাৰ সমষ্টিলৈ ডেৰ কোটিৰো অধিক উন্নয়নৰ উপহাৰ প্ৰদান কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। আজি এই সকলো প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধনৰ প্ৰাকমুহূৰ্তত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ শ্ৰদ্ধাপূৰ্ণ কৃতজ্ঞতা যাচিলোঁ।

Himanta Biswa Sarma
Pijush Hazarika
Pabitra Margherita
Dilip Saikia
BJP Assam Pradesh

 #উন্নয়ন_মানেই_ভাৰতীয়_জনতা_পাৰ্টিঅহা কালি অৰ্থাৎ ২৪ নৱেম্বৰ তাৰিখে  #বিকাশৰ_এদিন_শীৰ্ষক অসম চৰকাৰৰ কাৰ্যসূচী ৰূপায়ন কৰা...
23/11/2023

#উন্নয়ন_মানেই_ভাৰতীয়_জনতা_পাৰ্টি
অহা কালি অৰ্থাৎ ২৪ নৱেম্বৰ তাৰিখে #বিকাশৰ_এদিন_শীৰ্ষক অসম চৰকাৰৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ মানসেৰে বিভিন্ন উন্নয়ন মূলক কামৰ শুভ-আৰম্ভণি কৰিবলৈ ছিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক Dr. Paramananda Rajbongshi মহোদয় দিনৰ ১১ বজাত বৰবড়ীত উপস্থিত থাকিব। লগত থাকিব সন্মানীয় সাংসদ Dilip Saikia মহোদয় আৰু প্ৰশাসনিক তথা চৰকাৰী বিষয়-ববীয়া সকল ।

Himanta Biswa Sarma
BJP Assam Pradesh
Bhabesh kalita ভৱেশ কলিতা
ভাৰতীয় জনতা যুৱ মৰ্চা - দৰং
BJP Darrang District

Address


Telephone

9101085138

Alerts

Be the first to know and let us send you an email when Deomornoi Mandal BJYM - দেওমৰনৈ মণ্ডল যুৱ মৰ্চা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your organization to be the top-listed Government Service?

Share