অসম জাতীয় পৰিষদ - তেজপুৰ - AJP Tezpur

  • Home
  • অসম জাতীয় পৰিষদ - তেজপুৰ - AJP Tezpur

অসম জাতীয় পৰিষদ - তেজপুৰ - AJP Tezpur ।।অসম প্ৰথম, সদায় আৰু চিৰদিন।।
।।জয় আই অসম।।

শুভেচ্ছা থাকিল...অপেক্ষা মাত্ৰ কেইটামান ঘন্টা।Assam Jatiya Parishad Lurinjyoti Gogoi
03/05/2026

শুভেচ্ছা থাকিল...
অপেক্ষা মাত্ৰ কেইটামান ঘন্টা।

Assam Jatiya Parishad
Lurinjyoti Gogoi

Thank you Modi ji
01/05/2026

Thank you Modi ji

ভোট দিবলৈ যাওঁতে  পৰিঘটনাসমূহ মনত ৰাখিব, আৰু সষ্টম হৈ থাকিব।
09/04/2026

ভোট দিবলৈ যাওঁতে পৰিঘটনাসমূহ মনত ৰাখিব, আৰু সষ্টম হৈ থাকিব।


শান্তি, প্ৰগতি, সভ্যতা, সংস্কৃতিএইবোৰ হ'ব আমাৰ চিনাকিখোৱাঙত এইবাৰ লুৰিণজ্যোতি গগৈ।  Lurinjyoti Gogoi
08/04/2026

শান্তি, প্ৰগতি, সভ্যতা, সংস্কৃতি
এইবোৰ হ'ব আমাৰ চিনাকি
খোৱাঙত এইবাৰ লুৰিণজ্যোতি গগৈ।

Lurinjyoti Gogoi

ৰাইজৰ আশীৰ্বাদে উত্তৰ দিবKunki Chowdhury
08/04/2026

ৰাইজৰ আশীৰ্বাদে উত্তৰ দিব

Kunki Chowdhury


আপোনাৰ এটা সঠিক ভোটে নিৰ্ণয় কৰিব আপোনাৰ ভৱিষ্যতKunki Chowdhury
07/04/2026

আপোনাৰ এটা সঠিক ভোটে নিৰ্ণয় কৰিব আপোনাৰ ভৱিষ্যত

Kunki Chowdhury


এই নেতৃত্ব অসমীয়াৰ হিতৰ বাবে নহয়,বৰ্খাস্ত কৰাৰ তাৰিখ অহা ৯ এপ্ৰিল।
06/04/2026

এই নেতৃত্ব অসমীয়াৰ হিতৰ বাবে নহয়,
বৰ্খাস্ত কৰাৰ তাৰিখ অহা ৯ এপ্ৰিল।




মুখ্যমন্ত্ৰীৰ পত্নী প্ৰেম্—দিল্লীৰ সংবাদমেলত কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেড়াৰ অভিযোগ—ৰিণিকি ভূঞা শৰ্মাৰ বিশাল পৰ্বতসম সম্পত্...
05/04/2026

মুখ্যমন্ত্ৰীৰ পত্নী প্ৰেম্—

দিল্লীৰ সংবাদমেলত কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেড়াৰ অভিযোগ—

ৰিণিকি ভূঞা শৰ্মাৰ বিশাল পৰ্বতসম সম্পত্তি। ডুবাইত দুটাকৈ বিলাসী সম্পত্তি আছে মামীৰ। আমেৰিকাতো আছে ৫২ হাজাৰ কোটি টকাৰ কোম্পানী।

কেৱল অসম আৰু ভাৰততেই নহয়, বিদেশতো সম্পত্তিৰ পাহাৰ হিমন্ত বিশ্ব আৰু পৰিয়ালৰ। আৰু অসমৰ মহিলাক ১২৫০ টকা?

মনোনয়ন বাতিল কৰাৰ সাহস হ'বনে নিৰ্বাচন আয়োগৰ?



আমাৰ সন্তান, অসমীয়াৰ জীয়ৰী। "বেটি বচাও বেটি পঢ়াও" শ্লোগানৰ বিফলতাৰ যেন এক উদাহৰণ হৈ পৰিল কুংকি চৌধুৰী। ৰাজনৈতিক ষড়যন্ত্ৰ...
03/04/2026

আমাৰ সন্তান, অসমীয়াৰ জীয়ৰী।
"বেটি বচাও বেটি পঢ়াও" শ্লোগানৰ বিফলতাৰ যেন এক উদাহৰণ হৈ পৰিল কুংকি চৌধুৰী। ৰাজনৈতিক ষড়যন্ত্ৰতাৰ সন্মুখত যেন মহিলা সবলীকৰণৰ দৰে কথা, কামবোৰ মৰহি গ'ল।

কিন্তু আমাৰ বিশ্বাস অসমৰ ৰাইজে ইয়াৰ উত্তৰ দিব। কিয়নো মহিলাক সন্মান দিবলৈ অসমীয়াই জানে। মহাভাৰতৰ দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়ত যেনেদৰে কৃষ্ণ হৈ পৰিছিল উদ্ধাৰকৰ্তা ঠিক তেনেদৰে অসমীয়া হৈ পৰিব কুংকি চৌধুৰীৰ ত্ৰাণকৰ্তা।

Kunki Chowdhury

এক অসম, সুৰক্ষিত অসম।মাটিৰ মান,জাতিৰ স্বাভিমান,জাহাজেই একমাত্ৰ সমাধান।Lurinjyoti Gogoi Jagadish Bhuyan Rajen Gohain Kunk...
01/04/2026

এক অসম, সুৰক্ষিত অসম।

মাটিৰ মান,
জাতিৰ স্বাভিমান,
জাহাজেই একমাত্ৰ সমাধান।

Lurinjyoti Gogoi
Jagadish Bhuyan
Rajen Gohain
Kunki Chowdhury



Address


Website

Alerts

Be the first to know and let us send you an email when অসম জাতীয় পৰিষদ - তেজপুৰ - AJP Tezpur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your organization to be the top-listed Government Service?

Share