19/05/2026
📌মঙ্গলদৈ কেন্সাৰ মেডিকেলৰ কাণ্ড 😡
📌যি সময়ত আমাৰ ভাষাটোৱে ভাৰতত বিশেষ সন্মান লাভ কৰিছে তেনেস্থলত আমাৰ একাংশই বঙালী ভাষা ব্যৱহাৰত উঠিপৰি লাগিছে
📌ভাষা আন্দোলনৰ শ্বহীদ সকলৰ ত্যাগক কি দিলে দৰং কেঞ্চাৰ মেডিকেলত ।
📌অতি শীঘ্ৰে এই ফ্ৰম সলনি কৰিবলৈ দাবী জনাইছোঁ জয় আই অসম ।✊