বিজেপি তিতাবৰ গ্ৰাম্য মণ্ডল

  • Home
  • India
  • Titabar
  • বিজেপি তিতাবৰ গ্ৰাম্য মণ্ডল

বিজেপি তিতাবৰ গ্ৰাম্য মণ্ডল An Official Page of BJP TITABAR RURAL MANDAL -102 TITABAR LAC, Dist- Jorhat.

23/03/2026
পৰিৱৰ্তন স্পষ্ট  #আকৌ_এবাৰ_বিজেপি_চৰকাৰ
23/03/2026

পৰিৱৰ্তন স্পষ্ট
#আকৌ_এবাৰ_বিজেপি_চৰকাৰ

23/03/2026


#এইবাৰ_তিতাবৰত_পদুম_ফুলিব
#আকৌ_এবাৰ_বিজেপি_চৰকাৰ
#সুৰক্ষিত_বিকশিত_অসম_বিজেপি_প্ৰতিজ্ঞা

 #আকৌ_এবাৰ_বিজেপি_চৰকাৰ  #এইবাৰ_তিতাবৰত_পদুম_ফুলিব
22/03/2026

#আকৌ_এবাৰ_বিজেপি_চৰকাৰ
#এইবাৰ_তিতাবৰত_পদুম_ফুলিব

*মনোনয়ন দাখিললৈ নিমন্ত্ৰন*নমস্কাৰ, প্ৰতিজন দলীয় সতীৰ্থলৈ আন্তৰিক অভিনন্দন আৰু দলীয় সম্ভাষণ জ্ঞাপন কৰিলোঁ। আপোনালোকৰ জ...
22/03/2026

*মনোনয়ন দাখিললৈ নিমন্ত্ৰন*
নমস্কাৰ,
প্ৰতিজন দলীয় সতীৰ্থলৈ আন্তৰিক অভিনন্দন আৰু দলীয় সম্ভাষণ জ্ঞাপন কৰিলোঁ। আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে কালিলৈ ২৩ মাৰ্চ সোমবাৰে ভাৰতীয় জনতা পাৰ্টিৰ ১০২ নং তিতাবৰ সমষ্টিৰ মনোনীত দলীয় প্ৰাৰ্থী *ধীৰাজ গোৱালা* দেৱৰ মনোনয়ন দাখিলৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে । সেয়েহে তলত দিয়া *স্থান আৰু সময়* ত সমবেত হৈ প্ৰাৰ্থীজনক শুভেচ্ছা জনোৱা লগতে মনোনয়ন দাখিল যাত্ৰাৰ সহয়োগী হবলৈ অনুৰোধ জনালোঁ।।
সমবেত হোৱা স্থান - বোকাহলা খেল পথাৰ* সময় - পুৱা ৯.০০ বজা । ২৩ মাৰ্চ, সোমবাৰ ।

সেৱাৰে
ৰুবুল তামুলী - সভাপতি
বিজেপি তিতাবৰ গ্ৰাম্য মণ্ডল।

 #সুৰক্ষিত_বিকশিত_অসম_বিজেপি_প্ৰতিজ্ঞা  #এইবাৰ_তিতাবৰত_পদুম_ফুলিব
22/03/2026

#সুৰক্ষিত_বিকশিত_অসম_বিজেপি_প্ৰতিজ্ঞা
#এইবাৰ_তিতাবৰত_পদুম_ফুলিব

বিজেপিৰ শাসনকালত অসমৰ যাতায়াত ব্যৱস্থাৰ চমকপ্ৰদ পৰিৱৰ্তন...৪,০৭৭ কিঃমিঃ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৪,৩০৯ কিঃমিঃ ৰাজ্যিক ঘাইপথ ...
20/03/2026

বিজেপিৰ শাসনকালত অসমৰ যাতায়াত ব্যৱস্থাৰ চমকপ্ৰদ পৰিৱৰ্তন...৪,০৭৭ কিঃমিঃ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৪,৩০৯ কিঃমিঃ ৰাজ্যিক ঘাইপথ নিৰ্মাণেৰে বিজেপি চৰকাৰে অসমৰ যাতায়াত ব্যৱস্থা অধিক শক্তিশালী কৰি তুলিছে । বিজেপিৰ লক্ষ্য অসমৰ প্ৰতিটো অঞ্চলক উন্নয়নৰ পথেৰে সংযুক্ত কৰি জনসাধাৰণৰ জীৱন যাত্ৰা অধিক সুচল কৰি তোলা।

১০২ নং তিতাবৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি পৰা আগন্তুক ২০২৬ বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সুবিধা লাভ কৰা  ...
19/03/2026

১০২ নং তিতাবৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি পৰা আগন্তুক ২০২৬ বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সুবিধা লাভ কৰা লৈ বিজেপি তিতাবৰ গ্ৰাম্য মণ্ডল সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ।।

19/03/2026

এটা সময়ত চৰকাৰী নিযুক্তি আছিল ক'লীয়া ডাৱৰেৰে আৱৰা। প্ৰশ্নকাকত ফাদিল, পিছদুৱাৰৰ খেল আছিল সহজলভ্য। ‘ছেটিং’ শব্দটো আছিল প্ৰতিজন যোগ্য প্রার্থীৰ বাবে হেঙাৰ স্বৰূপ।

বিৰোধীসৃষ্ট তেনে এক ধুমুহাৰ পাছত আশাৰ কিৰণ সিঁচি আমাৰ চৰকাৰে লৈছিল দায়িত্ব। আমাৰ শাসনকালত সংস্কাৰ আৰু উছর্গিত মানসিকতাৰে আমি নিযুক্তি প্ৰক্ৰিয়াক প্ৰদান কৰিছিলোঁ কঠোৰ, সুৰুঙাবিহীন, কেন্দ্ৰীভূত নিৰীক্ষণৰ নতুন মাত্ৰা।

A fair system makes all the difference and that system has been brought about by BJP Assam Pradesh .

In the last 5 years, over 1.6 lakh candidates travelled a clear path to a job based on merit, not the old culture of shortcuts and influence.

That's Change. That's Development.

Address

Bogar Gaon
Titabar
785632

Telephone

+919954339051

Website

Alerts

Be the first to know and let us send you an email when বিজেপি তিতাবৰ গ্ৰাম্য মণ্ডল posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to বিজেপি তিতাবৰ গ্ৰাম্য মণ্ডল:

Share