অসম জাতীয় পৰিষদ তিনিচুকীয়া জিলা

  • Home
  • India
  • Tinsukia
  • অসম জাতীয় পৰিষদ তিনিচুকীয়া জিলা

অসম জাতীয় পৰিষদ তিনিচুকীয়া জিলা Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from অসম জাতীয় পৰিষদ তিনিচুকীয়া জিলা, Political Party, Kakopather, Tinsukia.

Assam Jatiya Parishad Tinsukia District
অসম জাতীয় পৰিষদ (AJP) তিনিচুকীয়া জিলা সমিতিৰ অফিচিয়েল পেজ। আঞ্চলিকতাবাদৰ জৰিয়তে জিলাখনৰ সামগ্ৰিক বিকাশ আৰু অধিকাৰৰ বাবে আমাৰ এই যাত্ৰা।"

23/01/2026
19/01/2026
19/01/2026

আধুনিক অসমীয়া কবিতাক এক অনন্য স্তৰলৈ লৈ যোৱা এটা যুগ, এটা সূৰ্যৰ নাম নীলমণি ফুকন৷ নিৰ্জনতাৰ পৰা কোলাহললৈ তেওঁৰ কবিতাৰ বিস্তৃতি৷

ধীৰ, থিৰ, সৌম্য ব্যক্তিত্বৰ অধিকাৰী এইগৰাকী প্ৰাজ্ঞই জাতিটোৰ সংকটৰ সময়ত সৰব হৈ আছিল৷ জাতিটোক নিৰ্ভুল বাট দেখুৱাই গৈছিল৷ সন্মানীয় ‘জ্ঞানপীঠ’ লাভ কৰি অসমীয়া সাহিত্যক নতুন পোহৰেৰে উজ্জীৱিত কৰি গৈছে তেওঁ৷

এইগৰাকী যুগ-মনীষীৰ আজি তৃতীয় মৃত্যুবাৰ্ষিকী৷ কাব্যঋষি নীলমণি ফুকন ডাঙৰীয়াক আজি স্মৃতি দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ৷ যুগদ্ৰষ্টা-যুগস্ৰষ্টা তথা সমাজ-নিৰ্মাতা মহামহীৰুহগৰাকীৰ সৃষ্টি, আদৰ্শ আৰু দৰ্শন চিৰজ্যোতিষ্মান হৈ ৰ’ব৷

18/01/2026

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য।

18/01/2026

খোৱাঙত...

18/01/2026

অসম জাতীয় পৰিষদ (AJP), তিনিচুকীয়া জিলা সমিতি
​'অসম প্ৰথম, সদায় প্ৰথম' মূল মন্ত্ৰক বুকুত বান্ধি অসম জাতীয় পৰিষদ, তিনিচুকীয়া জিলা সমিতিয়ে জিলাখনৰ প্ৰতিটো খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ স্বাধিকাৰ আৰু নিৰাপত্তাৰ বাবে কাম কৰি আহিছে। আমি বিশ্বাস কৰো যে অসমৰ জ্বলন্ত সমস্যাসমূহৰ সমাধান কেৱল শক্তিশালী আঞ্চলিকতাবাদী ৰাজনীতিৰ দ্বাৰাহে সম্ভৱ।
​আমাৰ মূল লক্ষ্যসমূহ:
​খিলঞ্জীয়াৰ সুৰক্ষা: তিনিচুকীয়া জিলাৰ ভূমি, ভাষা আৰু সংস্কৃতিৰ ওপৰত খিলঞ্জীয়াৰ পূৰ্ণ অধিকাৰ নিশ্চিত কৰা।
​অৰ্থনৈতিক স্বাৱলম্বীতা: জিলাখনৰ চাহ, তেল আৰু কয়লা খণ্ডত স্থানীয় নিবনুৱাৰ সংস্থাপন নিশ্চিত কৰি অৰ্থনীতি শক্তিশালী কৰা।
​সাংস্কৃতিক ঐক্য: জিলাখনৰ বিচিত্ৰ জনজাতীয় সংস্কৃতিৰ সংৰক্ষণ আৰু বিকাশ সাধন কৰা।​
ৰাজনৈতিক বিকল্প: দুৰ্নীতিমুক্ত আৰু জনমুখী প্ৰশাসনৰজৰিয়তেতিনিচুকীয়াবাসীক এক নিকা ৰাজনৈতিক বিকল্প প্ৰদান কৰা৷জাতি-মাটি-ভেটিৰ সুৰক্ষা আৰু জিলাখনৰ সৰ্বাংগীণ উন্নয়নৰ এই যুঁজত আপোনালোকৰ সহযোগিতা আমাৰ একান্ত কাম্য। আহক, শক্তিশালী আঞ্চলিকতাবাদেৰে আমি আমাৰ ভৱিষ্যত সুৰক্ষিত কৰোঁ।
​জয় আই অসম!

Address

Kakopather
Tinsukia
786125

Website

Alerts

Be the first to know and let us send you an email when অসম জাতীয় পৰিষদ তিনিচুকীয়া জিলা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share