31/05/2026
🎉🎂 জন্মদিনৰ আন্তৰিক শুভেচ্ছা 🎂🎉
ভাৰতীয় জনতা পাৰ্টি, তিনিচুকীয়া জিলা সমিতিৰ সন্মানীয় সভাপতি কুশকান্ত বড়া ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।
আজিৰ এই বিশেষ দিনটোত ভগৱানৰ ওচৰত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱনৰ কামনা কৰিলোঁ।