01/01/2026
Aagsu Jagun Sakha Samitiৰ তৰফৰ পৰা সকলোকে নৱ বৰ্ষ ২০২৬ৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।
এই নৱ বৰ্ষই আপোনালোকৰ জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি কঢ়িয়াই আনক।
আপোনালোকৰ সকলো সপোন পূৰণ হওক আৰু নতুন আশা–উদ্যমেৰে আগবাঢ়ি যোৱাৰ শক্তি লাভ কৰক।
আহক, একতা আৰু ভাতৃত্ববোধৰ সৈতে সমাজ আৰু অঞ্চলৰ উন্নয়নৰ দিশে একেলগে আগবাঢ়ো।
On behalf of Aagsu Jagun Sakha Samiti, we extend our heartfelt wishes to everyone for a Happy New Year 2026.
May this new year bring peace, good health, happiness, and prosperity into your lives.
May your dreams come true and every day open new doors of hope and success.
Let us move forward together with unity, brotherhood, and a shared commitment toward the development of our society and region.
✨ Happy New Year 2026 ✨
— Aagsu Jagun Sakha Samiti