Jatiya Yuva Shakti -Tinsukia Constituency

Jatiya Yuva Shakti -Tinsukia Constituency 'Youth is the greatest force of change." To raise strong voices on local issues of Tinsukia. To work on issues like unemployment, education, and de-addiction.

"Jatiya Yuva Shakti – Tinsukia Constituency"✊🏼
This platform is created to strengthen the voice and power of the youth of Tinsukia. It is not limited to politics, but is dedicated to social service, awareness, and safeguarding the identity of Assam.

🌿 Our Commitment:

To encourage youth participation in politics and society. To preserve and strengthen Assam's culture, language, and identity.


🤝

Our Mission:
"Youth is the true power of change." Jatiya Yuva Shakti – Tinsukia Constituency unites every young person to walk on the path of justice, development, and Assamese identity.

01/01/2026
01/01/2026
01/01/2026

শুভ নৱবৰ্ষ ২০২৬
সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ ৷

__Jagadish Bhuyan

01/01/2026

শুভ নৱবৰ্ষ ❤️

শ্ৰদ্ধাৰ অসমবাসীলৈ নৱবৰ্ষৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জনাইছোঁ৷ আপোনালোক আটাইৰে কুশল কামনা কৰি নতুন পোহৰৰ শুভক্ষণত প্ৰাৰ্থনা জনাইছোঁ৷ আপোনালোকৰ বাবে নতুন বছৰটো হওক আশা আৰু আকাংক্ষাৰ বছৰ, প্ৰাপ্তি আৰু স্বপ্নৰ বছৰ...

খিলঞ্জীয়াৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামখনত অহোপুৰুষাৰ্থ কৰি আপোচবিহীন দৃঢ়তাৰে কাম কৰি যাবলৈ আপোনালোকৰ আশীৰ্বাদ, মৰম, দিহা-পৰামৰ্শ আমাৰ চিৰকাম্য৷ অসমীয়া মানুহৰ ভাষিক, সাংস্কৃতিক আৰু ৰাজনৈতিক অধিকাৰৰ হকে সংগ্ৰাম চলিছে, চলিব অবিৰত৷

আহক, বছৰৰ প্ৰথম দিনটোতেই অসম-অসমীয়াক ভালপোৱা প্ৰত্যেকেই লওঁ জাতিৰ স্বাভিমান আৰু সমন্বয় ৰক্ষাৰ মহাসংকল্প৷

অসম প্ৰথম: সদায় আৰু চিৰদিন
জয় আই অসম

30/12/2025
30/12/2025
30/12/2025
30/12/2025
30/12/2025

Address

Borguri Road
Tinsukia
786125

Website

Alerts

Be the first to know and let us send you an email when Jatiya Yuva Shakti -Tinsukia Constituency posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share