BJP Tinsukia District Office Atal Bihari Vajpayee Bhawan

BJP Tinsukia District Office Atal Bihari Vajpayee Bhawan Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BJP Tinsukia District Office Atal Bihari Vajpayee Bhawan, Political Party, V. I. P Road, Borguri Tinsukia, Tinsukia.

অসমৰ বিশিষ্ট শিক্ষাবিদ,চিন্তাবিদ,সমাজসেৱক, অসমীয়া ভাষাৰ অনন্য সাধক তথা অধ্যাপক দেৱেন দত্ত ডাঙৰীয়াৰ পুণ্যতিথিত শ্ৰদ্ধাৰ...
18/08/2024

অসমৰ বিশিষ্ট শিক্ষাবিদ,চিন্তাবিদ,সমাজসেৱক, অসমীয়া ভাষাৰ অনন্য সাধক তথা অধ্যাপক দেৱেন দত্ত ডাঙৰীয়াৰ পুণ্যতিথিত শ্ৰদ্ধাৰে সোৱৰিছোঁ।

প্রখ্যাত সাহিত্যিক, ৰাজনীতিবিদ, শিল্পী তথা স্বাধীনতা সংগ্রামী লক্ষ্যধৰ চৌধুৰীদেৱক পুণ্যতিথিত শ্ৰদ্ধাৰে সুৱৰিছোঁ।
18/08/2024

প্রখ্যাত সাহিত্যিক, ৰাজনীতিবিদ, শিল্পী তথা স্বাধীনতা সংগ্রামী লক্ষ্যধৰ চৌধুৰীদেৱক পুণ্যতিথিত শ্ৰদ্ধাৰে সুৱৰিছোঁ।

18/08/2024

অসমৰ যুৱক-যুৱতীৰ দক্ষতা বিকাশৰ বাবে আমাৰ চৰকাৰে বিভিন্ন ধৰণে মনোনিৱেশ কৰিছোঁ।
অত্যাধুনিক ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ কাম ইতিমধ্যে চলি আছে৷ আমাৰ যুৱক-যুৱতীসকলৰ দক্ষতা আৰু নিয়োগযোগ্যতা বৃদ্ধিৰ বাবে এই প্ৰচেষ্টাসমূহ আৰু অধিক গতিশীল কৰাৰ লক্ষ্য লৈছোঁ।

Assam is focusing on enhancing its skill capital by leaps and bounds in the coming days.

State-of-the-art ITIs and Skill Training Institutes are already up and running & we aim to further intensify these efforts to bolster skills and employability for the youths of Assam.

09/12/2023

Address

V. I. P Road, Borguri Tinsukia
Tinsukia
786126

Website

Alerts

Be the first to know and let us send you an email when BJP Tinsukia District Office Atal Bihari Vajpayee Bhawan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share