BJYM Tinsukia Mandal

BJYM Tinsukia Mandal Official page : Bharatiya Janta Yuva Morcha Tinsukia Mandal. Join and Support This is the official page of the Bharatiya Janta Yuva Morcha Tinsukia Mandal (BJYM)

সমূহ দেশবাসীলৈ ৭৮সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। 🇮🇳
15/08/2024

সমূহ দেশবাসীলৈ ৭৮সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। 🇮🇳

12/08/2024

৭৮ তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা যুৱ মৰ্চা, তিনিচুকীয়া জিলাৰ উদ্যোগত তিনিচুকীয়া বিধান সভা সমষ্টিত "ত্ৰিৰংগা মটৰ চাইকেল ৰেলী" অনুষ্ঠিত কৰা হয়।
এই ত্ৰিৰংগা মটৰ চাইকেল ৰেলীত উপস্থিত থাকে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া,অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰদ্ধাৰ শ্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া,অসম ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক শ্ৰী পুলক গোহাঁই ডাঙৰীয়া,তিনিচুকীয়া জিলা সভাপতি শ্ৰী কুশকান্ত ডাঙৰীয়া, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণ সভাপতি শ্ৰী কাজল গোহাঁই ডাঙৰীয়া আৰু লগতে তিনিচুকীয়া জিলা বিজেপিৰ উপ সভাপতি আৰু জিলা যুৱ মৰ্চাৰ প্ৰভাৰী শ্ৰী মূলেন্দ্ৰ মৰাণ ডাঙৰীয়া জনতা যুৱ মৰ্চা মাননীয় সভাপতি শ্ৰীযুত সিদ্ধাৰ্থ প্ৰতীম বৰুৱা ডাঙৰীয়াৰ লগতে দলীয় বিষয়ববীয়া তথা কাৰ্যকৰ্তাসকল উপস্থিত থাকে ।

আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই  মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেখেতৰ ক...
22/07/2024

আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেখেতৰ কাৰ্যালয়ত সাক্ষাৎ কৰি অসমৰ বান সমস্যাৰ সন্দৰ্ভত এক আলোচনাত মিলিত হয়।

লগতে মুখ্যমন্ত্ৰী মহোদয়ে শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ বাবে অসমবাসীৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে।


BJYM Assam
BJYM Tinsukia
Narendra Modi
Himanta Biswa Sarma

ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ নৱ নিযুক্ত সভাপতি ৰাকেশ দাস ডাঙৰীয়াক আন্তৰিক শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিলোঁ। B...
21/07/2024

ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ নৱ নিযুক্ত সভাপতি ৰাকেশ দাস ডাঙৰীয়াক আন্তৰিক শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিলোঁ।

BJYM Assam
BJYM Tinsukia

অসমীয়া জাতীয় জীৱনৰ অন্যতম মহীৰূহ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱক তেখেতৰ স্মৃতি দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছো‍ঁ...
20/06/2024

অসমীয়া জাতীয় জীৱনৰ অন্যতম মহীৰূহ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱক তেখেতৰ স্মৃতি দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছো‍ঁ...

আকৌ এবাৰ মোদী চৰকাৰ 🪷যুৱ শক্তি ৰাষ্ট্ৰ শক্তি 🙏সমাগত লোকসভা নিৰ্বাচন উপলক্ষে আজ ইং ০৩/০৪/২০২৪ তাৰিখ বুধবাৰ  ভাৰতীয় জনতা ...
03/04/2024

আকৌ এবাৰ মোদী চৰকাৰ 🪷
যুৱ শক্তি ৰাষ্ট্ৰ শক্তি 🙏

সমাগত লোকসভা নিৰ্বাচন উপলক্ষে আজ ইং ০৩/০৪/২০২৪ তাৰিখ বুধবাৰ ভাৰতীয় জনতা যুৱ মৰ্চা তিনিচুকীয়া মণ্ডলৰ ৯ নং ৱাৰ্ড ৰ কাৰ্যকৰ্তা আৰু ৰাইজৰ হৈতে আগন্ত লোকসভা নিৰ্বাচনৰ ওপৰত এক বিশেষ আলোচনা কৰো। ৰাইজৰ বিপুল উৎসাহ-উদ্দীপনা, মৰম-চেনেহ আৰু সঁহাৰিৰে এইবাৰৰ লোকসভা নিৰ্বাচনত মাননীয় শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পুনৰবাৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব বুলি আমি দৃঢ় বিশ্বাসী। ৪০০ খনতকৈও অধিক আসন লাভেৰে আমি দেশৰ উন্নয়নৰ এক নতুন অধ্যায় ৰচিম।

আজিৰ এই সভাত উপস্থিত থাকে তিনিচুকীয়া জিলাৰ মহিলা মৰ্চাৰ উপসভানেত্ৰি ঝৰ্ণা পাল চৌধুৰী বাইদেউ আৰু তিনিচুকীয়া সদৰ মণ্ডলৰ মহিলা মৰ্চাৰ সভানেত্ৰি পম্পা পাল বাইদেউ, ভাৰতীয় জনতা যুৱ মৰ্চা তিনিচুকীয়া জিলাৰ প্ৰভাৰী ৰমী হাতীকাকতী ডাঙৰীয়া আৰু তাপস দাস ডাঙৰীয়া, ভাৰতীয় জনতা যুৱ মৰ্চা তিনিচুকীয়া জিলাৰ কাৰ্যকৰ্তা সাগৰ ভট্টাচাৰ্যী , বিভিন্ন বুথৰ সভাপতি আৰু আমাৰ দলৰ অন্যান্য সদস্য সদস্যা সকল।
সভাখন আগুৱাই ল'বলৈ সাহায্য কৰিল আমাৰ দলৰ সদস্যা বিশাখা মাহাত।

এই সভাৰ পৰাই আমি দৃহ বিশ্বাস যে এইবাৰ তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ প্ৰধান মন্ত্ৰী হব আৰু ডিব্ৰুগড় লোকসভাৰ পৰা ৰাইজে সৰ্বানন্দ সোণোৱাল দেবক বিপুল ভোটত জয়ী কৰি দিল্লীলৈ প্ৰেৰণ কৰিব। 🙏🙏
BJYM Tinsukia
Sanjoy Kishan সঞ্জয় কিশান
Sidharth pratim baruah
Sidhanku Ankur Barua
BJYM Tinsukia Mandal
Sarbananda Sonowal
Tridibjyoti Moran
Ravi Raut
BJP Assam Pradesh
BJP Tinsukia

শুভ সন্ধ্যাআজ ইংরেজি তারিখ :- ২৪/০৩/২০২৪.আসন্ন লোকসভা নির্বাচনকে সামনে রেখে আজ আমাদের ১নং ওয়ার্ডের ১৫২ এবং ১৫৩ বুথের প্...
25/03/2024

শুভ সন্ধ্যা
আজ ইংরেজি তারিখ :- ২৪/০৩/২০২৪.
আসন্ন লোকসভা নির্বাচনকে সামনে রেখে আজ আমাদের ১নং ওয়ার্ডের ১৫২ এবং ১৫৩ বুথের প্রভারী শ্রী রবি রাউত এবং শক্তি কেন্দ্র প্রমুখ শ্রী সোনু তিওয়ারি এর আহ্বানে ভারতীয় জনতা পার্টি বিভিন্ন কর্মকর্তা ও আমাদের বুথ এর কর্মকর্তাদের সঙ্গে একটি মিটিং আয়োজন করা হয়েছিল। আলোচনায় আসন্ন লোকসভা নির্বাচনের রণনীতি ও কার্যকর্তাদের উৎসাহ নিয়ে কীভাবে ভোটারদের কাছে পৌঁছে তাদের বিজেপি প্রতি ভোটদানে আকৃষ্ট করা যাবে এ নিয়ে বিস্তারিত আলোচনা হয়েছে। তিনসুকিয়া পৌরসভার সম্মানীয় উপ পৌর প্রধান শ্রী ইন্দিরা রায়, তিনসুকিয়া টাউন মন্ডলের অফিস সেক্রেটারি শ্রীঅলক সরকার , এস সি মোর্চার শ্রী মনোজ দাস উক্ত দুই বুথের সভাপতিদ্বয় আলোচনা মর্মে বর্তমান বিজেপি সরকারের বিভিন্ন প্রকল্প গুলি সকল শ্রেণীর নাগরিকদের জীবনে প্রভাব ফেলেছে তা আলোচনায় উঠে আসে। সরকারের প্রকল্পের আওতায় আরও হিতাধীকারি আগামী দিনগুলোতে আনা হবে রায় মহোদয়া জানান।
ধন্যবাদান্তে সভার সমাপ্তি ঘটে।

Sanjoy Kishan
Sanjoy Kishan সঞ্জয় কিশান
Sarbananda Sonowal
Ravi Raut

Let the Festival of Colours bring good health, joy and prosperity to all. May the colours of spring brighten your lives....
25/03/2024

Let the Festival of Colours bring good health, joy and prosperity to all.

May the colours of spring brighten your lives.

Wishing a very

শোক বাৰ্তাআমাৰ সকলোৰে মৰমৰ সতিৰ্থ নিবেদিতা বসাক ৰ জ্যেষ্ঠ কন্যা তথা ভাৰতীয় জনতা পাৰ্টী যুব মৰ্চা তিনিচুকীয়া সদৰ মণ্ডলৰ...
14/03/2024

শোক বাৰ্তা
আমাৰ সকলোৰে মৰমৰ সতিৰ্থ নিবেদিতা বসাক ৰ জ্যেষ্ঠ কন্যা তথা ভাৰতীয় জনতা পাৰ্টী যুব মৰ্চা তিনিচুকীয়া সদৰ মণ্ডলৰ সম্পাদিকা শ্ৰী মতি পায়েল দাস গগৈ ৰ আকস্মিক মৃত্যুৰ খবৰ পাই মৰ্মাহত হৈছোঁ। বিদেহি আত্মাৰ শান্তি কামনা কৰিলোঁ।
ঔঁম শান্তি 🙏🙏

ভাৰত চৰকাৰৰ বন্দৰ,জাহাজ ও জল পৰিবহণ আৰু আয়ুষ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী তথা আগন্তক লোকসভা নিৰ্বাচনৰ ভাৰতীয় জনতা পাৰ্টিৰ ডি...
13/03/2024

ভাৰত চৰকাৰৰ বন্দৰ,জাহাজ ও জল পৰিবহণ আৰু আয়ুষ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী তথা আগন্তক লোকসভা নিৰ্বাচনৰ ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় লোক সভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী শ্ৰদ্ধাৰ সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াক তিনিচুকীয়া যুৱ মৰ্চা তৰফৰ পৰা তিনিচুকীয়া জিলালৈ উষ্ম আদৰণি জনালোঁ ৷
Sarbananda Sonowal
BJYM Tinsukia
Sanjoy Kishan সঞ্জয় কিশান
Sidharth pratim baruah
Sidhanku Ankur Barua
Ravi Raut

জৈৱ বৈচিত্ৰ্যৰে সমৃদ্ধ,এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি ৰাতিপুৱা মাননীয় প্ৰধানমন্ত্ৰী শ্...
09/03/2024

জৈৱ বৈচিত্ৰ্যৰে সমৃদ্ধ,এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি ৰাতিপুৱা মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া।
Narendra Modi

Address

Borguri, Opposite Women's ITI, India
Tinsukia
786125

Telephone

+918011632735

Alerts

Be the first to know and let us send you an email when BJYM Tinsukia Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJYM Tinsukia Mandal:

Share