District Sports Office, Tinsukia

District Sports Office, Tinsukia District Sports Office, Tinsukia

Some Glimpses of Khel Maharan 2.0Directorate of Sports and Youth Welfare Tinsukia District Administration
21/11/2024

Some Glimpses of Khel Maharan 2.0

Directorate of Sports and Youth Welfare
Tinsukia District Administration

Successfully completed District level Khel Maharan.District Sports Office, Tinsukia Tinsukia District Administration Dir...
30/12/2023

Successfully completed District level Khel Maharan.


District Sports Office, Tinsukia
Tinsukia District Administration
Directorate of Sports and Youth Welfare

Application form for SPORTS TALENT SEARCH SCHOLARSHIP for the year 2023-24 are available at the office of  the District ...
18/09/2023

Application form for SPORTS TALENT SEARCH SCHOLARSHIP for the year 2023-24 are available at the office of the District Sports Office, Tinsukia. Who is eligible can collect the form.
For more information contact -

Aman Gogoi
+91 94353 36570
Junior Assistant,
DSO, Tsk
Kosujan Field

তিনিচুকীয়া জিলাৰ মুখ্যমন্ত্ৰী চাহ জনগোষ্ঠী আৰু আদিবাসী ফুটবল খেলখন যোৱা 3/09/2023 তাৰিখে সফলতাৰে অন্ত পৰে। তিনিচুকীয়া ...
08/09/2023

তিনিচুকীয়া জিলাৰ মুখ্যমন্ত্ৰী চাহ জনগোষ্ঠী আৰু আদিবাসী ফুটবল খেলখন যোৱা 3/09/2023 তাৰিখে সফলতাৰে অন্ত পৰে। তিনিচুকীয়া সমষ্টি আৰু ডিগবৈ সমষ্টিৰ মাজত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত উপস্থিত থাকে সন্মানীয় ৰামেশ্বৰ তেলী ডাঙৰীয়া, সাংসদ তথা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী, ৰাজ্যিক শ্ৰম আৰু নিয়োগ মন্ত্ৰী তথা তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াৰ লগতে বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে। উক্ত খেলখনত ১-০ গ'লৰ ব্যৱধানত ডিগবৈ সমষ্টিয়ে জয়লাভ কৰে ।


অসমৰ ক্ৰীড়াক্ষেত্ৰখনত এক নতুন জাগৰণ ৰ সৃষ্টিৰ লগতে প্ৰতিভা সন্ধানৰ বিশেষ পদক্ষেপ হিচাপে অসম চৰকাৰৰ পৰিকল্পনা "খেল মহাৰণ...
08/09/2023

অসমৰ ক্ৰীড়াক্ষেত্ৰখনত এক নতুন জাগৰণ ৰ সৃষ্টিৰ লগতে প্ৰতিভা সন্ধানৰ বিশেষ পদক্ষেপ হিচাপে অসম চৰকাৰৰ পৰিকল্পনা "খেল মহাৰণ"। উক্ত পৰিকল্পনাত ৫ টা জনপ্ৰিয় খেল - ফুটবল, ভলীবল, খো খো, কাবাডী আৰু এথলেটিক্স খেল অন্তৰ্ভু্ত কৰা হৈছে। লগতে খেলুৱৈ সকলক U-19 আৰু 19+ বয়সৰ দুটা গ্ৰুপ ত ভাগ কৰা হৈছে।

এই খেল মহাৰণত তিনিচুকীয়া জিলাৰ খেলুৱৈ সকলৰ অংশগ্ৰহণ কামনা কৰিলোঁ লগতে খেলুৱৈ সকলৰ নাম পঞ্জীয়নৰ লিংক তলত উল্লেখ কৰিলোঁ -
http://dsywassam.com/khel

National Sports Day Celebration  are an enabler to an inclusive and fit society
29/08/2023

National Sports Day Celebration
are an enabler to an inclusive and fit society


77th Independence Day Celebration
16/08/2023

77th Independence Day Celebration




তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত যোৱা ইং 31/07/2023 তাৰিখে অতিৰিক্ত জিলা আয়ুক্ত শ্ৰী চিন্ময় পাঠকৰ সভাপতিত্বত...
01/08/2023

তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত যোৱা ইং 31/07/2023 তাৰিখে অতিৰিক্ত জিলা আয়ুক্ত শ্ৰী চিন্ময় পাঠকৰ সভাপতিত্বত ১৯ বছৰ অনুৰ্ধৰ মুখ্যমন্ত্রী চাহ জনজাতি আৰু আদিবাসী ফুটবল প্রতিযোগিতা সন্দৰ্ভত এখনি গুৰূত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। তিনিচুকীয়া জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়কসকলৰ প্ৰতিনিধি, জিলা ক্ৰীড়া বিষয়া কৌশিক ৰাজখোৱা, জিলা ক্ৰীড়া বিভাগৰ অন্যান্য কৰ্মচাৰী প্ৰমুখ্যে ভাৰতীয় চাহ মজদুৰ সংঘ, অসম চাহ মজদুৰ সংঘ, অসম চাহ কৰ্মচাৰী সংঘ, সদৌ অসম
আদিবাসী ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকল উপস্থিত থাকে। সভাত উপস্থিত সকলোয়ে এই ১৯ বছৰ অনুৰ্ধৰ মুখ্যমন্ত্রী চাহ জনজাতি আৰু আদিবাসী ফুটবল প্রতিযোগিতা জিলাখনত সৰ্বতোপ্ৰকাৰে সাফল্যমণ্ডিত আৰু জনপ্ৰিয় কৰি তুলিবলৈ বিভিন্ন ধৰণৰ দিহা-পৰামৰ্শ আগবঢ়ায়। অতিৰিক্ত জিলা আয়ুক্ত শ্ৰী চিন্ময় পাঠক মহোদয়ে ১৯ বছৰ অনুৰ্ধৰ মুখ্যমন্ত্রী চাহ জনজাতি আৰু আদিবাসী ফুটবল প্রতিযোগিতাৰ পৰৱৰ্তী পৰ্য্যায়ত অনুষ্ঠিত হবলগীয়া খেলসমূহ যাতে সুচাৰুৰূপে আৰু সফলতাৰে অনুষ্ঠিত হয় তাৰ বাবে উপস্থিত সকলোৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰে।

30/07/2023

Thank you Kaushik Rajkhowa for the CHANGE 🙏



Some glimpses of Pilik Choudhury Memorial, Dewkon Memorial and Nripendra Narayan Singha memorial District Level Inter-Sc...
28/07/2023

Some glimpses of Pilik Choudhury Memorial, Dewkon Memorial and Nripendra Narayan Singha memorial District Level Inter-School Football Tournament
Date- 23/06/2023 & 24/06/2023



Attending the Taekwondo Summer Coaching Camp at District Central Taekwondo training Centre, Kakopathar
27/07/2023

Attending the Taekwondo Summer Coaching Camp at District Central Taekwondo training Centre, Kakopathar

Formal Joining Day of New StaffDate 1/06/2023
27/07/2023

Formal Joining Day of New Staff
Date 1/06/2023

Address

Kosujan Field
Tinsukia
786125

Opening Hours

Monday 9:30am - 5pm
Tuesday 9:30am - 5pm
Wednesday 9:30am - 5pm
Thursday 9:30am - 5pm
Friday 9:30am - 5pm
Saturday 9:30am - 5pm

Telephone

+919706069090

Website

Alerts

Be the first to know and let us send you an email when District Sports Office, Tinsukia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to District Sports Office, Tinsukia:

Share