Chah Janagoshti Morcha Social Media Tinsukia

Chah Janagoshti Morcha Social Media Tinsukia Convenor Social Media Cell Tsk

আজি ইং ১১জুন ২০২৩ তাৰিখে অটল বিহাৰী বাজপেয়ী ভৱন , বৰগুৰি , তিনিচুকীয়া ত চাহ মৰ্চা তিনিচুকীয়া জিলা সমিতিৰ প্ৰথমখন কাৰ্য্য...
11/06/2023

আজি ইং ১১জুন ২০২৩ তাৰিখে অটল বিহাৰী বাজপেয়ী ভৱন , বৰগুৰি , তিনিচুকীয়া ত চাহ মৰ্চা তিনিচুকীয়া জিলা সমিতিৰ প্ৰথমখন কাৰ্য্যনিৰ্বাহক সভাত সভাপতিত্ব কৰে চাহ মৰ্চাৰ সভাপতি শচিন পাটনায়ক দেবে ৷সভাত উপস্থিত থাকে জিলা প্ৰভাৰী শ্ৰীযুত ৰাজেন কুমাৰ ডাঙৰীয়া , ৰাজ্যিক সমিতিৰ সক্ৰীয় সদ্স্য শ্ৰী অৰুনজ্যোতি মৰাণ ডাঙৰীয়া ৰুচিক দাস তথা ৰাজ্যিক সমিতিৰ বিষয়ববীয়াৰ লগতে অন্যান্য বিষয়ববীয়াৰ উপস্থিতিত সুন্দৰ ভাবে সভাখন অনুষ্ঠিত হয় যায় তাৰে কিছু স্হীৰ ফটো ৷

আজি চাহ জনগোষ্ঠী মৰ্চা তিনিচুকীয়া জিলা সমিতিৰ কাৰ্য্যনিৰ্বাহক সভাৰ কাৰ্যসূচীৰ কিছু স্হীৰ ছবি ৷সভাৰ স্হান অটল বিহাৰী বাজপ...
11/06/2023

আজি চাহ জনগোষ্ঠী মৰ্চা তিনিচুকীয়া জিলা সমিতিৰ কাৰ্য্যনিৰ্বাহক সভাৰ কাৰ্যসূচীৰ কিছু স্হীৰ ছবি ৷
সভাৰ স্হান অটল বিহাৰী বাজপেয়ী ভৱন , বৰগুৰি , তিনিচুকীয়া ৷

Address

Tinsukia Dist
Tinsukia
786125

Website

Alerts

Be the first to know and let us send you an email when Chah Janagoshti Morcha Social Media Tinsukia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share