Numal Chetri

Numal Chetri General Secretary, All Assam Gorkha Students' Union— AAGSU

21/01/2025

अखिल असम गोर्खा छात्र संघको सदस्यता कसरी लिने?
जानकारीको लागि भिडियो हेर्नुहोस्।

All Assam Gorkha Students' Union

"जन आशीर्वाद यात्रा" प्रारम्भ गर्दै छौँ। जम्मै असमेली गोर्खा जनताको सहयोगिताको हार्दिक कामना गर्दछौं ।। एक व्यक्ति एक रु...
11/10/2024

"जन आशीर्वाद यात्रा" प्रारम्भ गर्दै छौँ। जम्मै असमेली गोर्खा जनताको सहयोगिताको हार्दिक कामना गर्दछौं ।।
एक व्यक्ति एक रुपियाँ गरेर आग्सुलाई आशीर्वाद स्वरूप सहयोग दिनुहोस् । धेरै नदिनु , थोरै पनि नदिनु जति जना परिवारमा हुनु हुन्छ त्यतिनै रुपियाँ दिनुहोस् । हरेक घरबाट प्रत्येक गोर्खा सन्तानको आशीर्वाद AAGSU मा पुगेको हुनु पर्छ। छेउ छिमेकी सबैलाई भनिदिनुहोस् आग्सुले सुरु गरेको यो नयाँ मुहीम बारेमा ।एक घरले अर्को घरलाई र एक परिवारले अर्को परिवारलाई प्रचार गरी दिये यो यात्रा सफल हुने छ । प्रत्येक जिला आञ्चलिक र शाखाका कार्यकर्ताहरूले आफ्नो आफ्नो ठाउँमा यो कार्यक्रमको प्रचार-प्रसार गर्नुको साथै हरेक घरमा यसको जानकारी गराउने पहल चाल्न निर्देशना प्रेरण गरिन्छ । समाजका अगुवाहरु तथा प्रतिष्ठित महानु भवहरुलाई पनि आफ्नो आफ्नो क्षेत्रमा "जन आशीर्वाद यात्रा"को प्रचार प्रसार गरी दिन हुन विनम्र अनुरोध गर्दछौं। जयतु जननी असम। जय गोर्खा ।

20/08/2024

"भाषा हाम्रो प्राण हो"
भाषा बाँचे जाति बाँच्छ

आज नेपाली भाषाले भारतको संविधानमा मान्यता पाएको दिन । सम्पूर्ण भारतीय गोर्खाहरुमा ३३औ भाषा मान्यता दिवसको हार्दिक शुभकामना।

প্ৰতিগৰাকী ভাৰতীয়লৈ ৭৮ তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
15/08/2024

প্ৰতিগৰাকী ভাৰতীয়লৈ ৭৮ তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

03/07/2024
আজি ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ আতিথ্যত, ধেমাজি জিলাৰ কাৰেং চাপৰি ইকো কেম্পত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কেন্দ্রীয় সম...
02/06/2024

আজি ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ আতিথ্যত, ধেমাজি জিলাৰ কাৰেং চাপৰি ইকো কেম্পত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কেন্দ্রীয় সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হয়।

আজি ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ আতিথ্যত, ধেমাজি জিলাৰ কাৰেং চাপৰি ইকো কেম্পত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কেন্দ্রীয় সম...
01/06/2024

আজি ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ আতিথ্যত, ধেমাজি জিলাৰ কাৰেং চাপৰি ইকো কেম্পত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কেন্দ্রীয় সমিতিৰ কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হয়।

23/05/2024

বুদ্ধং শৰণং গচ্ছামি
ধম্মং শৰণং গচ্ছামি
সঙ্ঘং শৰণং গচ্ছামি

ভগৱান গৌতম বুদ্ধৰ জন্ম, পৰম জ্ঞান লাভ আৰু মহাপৰিনিৰ্বাণ তিথি "বুদ্ধ পূৰ্ণিমা"ৰ এই পবিত্ৰ ক্ষনত সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

"जननी जन्मभूमिश्च स्वर्गादपि गरियसीकुपुत्रो जायते क्वचिदपि कुमाता न भवति"आमाको मुख हेर्ने दिन अर्थात् मातातीर्थं औंसीको ...
08/05/2024

"जननी जन्मभूमिश्च स्वर्गादपि गरियसी
कुपुत्रो जायते क्वचिदपि कुमाता न भवति"

आमाको मुख हेर्ने दिन अर्थात् मातातीर्थं औंसीको उपलक्ष्यमा आमाहरू प्रति श्रद्धा, भक्ति, सम्मान र आदर!

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক সন্মানীয় শ্ৰীযুত ৰাম বুঢ়াথোকীৰ সহধৰ্মিণী কল্পনা ...
23/04/2024

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক সন্মানীয় শ্ৰীযুত ৰাম বুঢ়াথোকীৰ সহধৰ্মিণী কল্পনা বঢ়াথোকীৰ বিয়োগৰ এই কঠিন সময়ছোৱাত তেখেতৰ বাক্সা জিলাৰ অন্তৰ্গত সুৱণখাটাৰ বগুলামাৰীস্থিত শোকাকুল বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰোঁ।

এই কঠিন সময়ছোৱাত শোকসন্তপ্ত পৰিয়ালবৰ্গক নেদেখাজনে ধৈৰ্য ধাৰণ কৰাৰ শক্তি প্ৰদান কৰক তাৰেই প্ৰাৰ্থনা জনাইছোঁ।

All Assam Gorkha Students' Union

23/04/2024

বিশ্ব গ্ৰন্থ দিৱস উপলক্ষে সমূহ লেখক-লেখিকা তথা পঢ়ুৱৈ সমাজলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ।

গ্ৰন্থ অধ্যয়নে মানুহৰ বৌদ্ধিক বিকাশৰ লগতে সুস্থ সামাজিক বাতাবৰণ গঢ় দিয়াত সহায় কৰে। সেয়েহে আমি সকলোৱে গ্ৰন্থ অধ্যয়নৰ অভ্যাসটো আমাৰ দৈনন্দিন কাৰ্যলিপিত পৰিণত কৰোঁ আহক।

23/04/2024

আজি পবিত্ৰ হনুমান জয়ন্তী উপলক্ষে পৱনপুত্ৰ হনুমানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালোঁ।

হনুমানৰ অপাৰ কৃপাই সকলোৰে জীৱন সুন্দৰ আৰু সুৰক্ষিত কৰি তোলক তাৰেই কামনা কৰিছোঁ।
জয় হনুমান!

Address

Dholla
Tinsukia
786154

Website

Alerts

Be the first to know and let us send you an email when Numal Chetri posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category