Assam Trinamool Congress Tinsukia

Assam Trinamool Congress Tinsukia Assam Trinamool Congress :: Tinsukia District Committee

কোকৰাঝাৰ লোকসভা সমষ্টিৰ চৌদিশে এতিয়া তৃণমূল কংগ্ৰেছৰ জয়ধ্বনি!! আজি পশ্চিমবংগৰ সন্মানীয় মন্ত্ৰী বীৰবাহা হাঁসদা ডাঙৰীয়ানী ...
02/05/2024

কোকৰাঝাৰ লোকসভা সমষ্টিৰ চৌদিশে এতিয়া তৃণমূল কংগ্ৰেছৰ জয়ধ্বনি!!

আজি পশ্চিমবংগৰ সন্মানীয় মন্ত্ৰী বীৰবাহা হাঁসদা ডাঙৰীয়ানী আৰু হাজাৰ হাজাৰ জনতাৰ বিশাল সমাগম তথা সমৰ্থনৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ শ্ৰীৰামপুৰত সাংসদ সুস্মিতা দেৱ আৰু দলীয় নেতৃবৃন্দৰ উপস্থিতিত আমাৰ প্ৰাৰ্থী গৌৰী শংকৰ শৰণীয়াৰ হৈ এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰো।
ধন্যবাদ সভাত উপস্থিত সমূহ সন্মানীয় ৰাইজ 🙏 আপোনাসৱৰ এই বিপুল সমৰ্থন আৰু মৰমে আমাক এই নিৰ্বাচনী যুজঁত নিশ্চয় সফল কৰিব ।

02/05/2024
11/04/2024
29/03/2024

আজি লখিমপুৰ জিলাৰ নাওবৈচা আৰু ৰঙানদী বিধানসভা সমষ্টিত অসম তৃণমূল কংগ্ৰেছৰ লখিমপুৰ লোকসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী ঘনকান্ত চুতীয়া হৈ চলোৱা নিৰ্বাচনী প্ৰচাৰৰ কিছু মূহুৰ্ত । এই অভিযানত ভাগ লয় জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি লেখন বুঢ়াগোহাঁই, ৰাজ্যিক উপ-সভাপতি শ্বেখ মহম্মদ চাদিক, সম্পাদক অতুল দত্ত, ৰাজ্যিক সম্পাদিকা পলাক্ষী দাস, মৰমী বেগম, জিলা তৃণমূল কংগ্ৰেছৰ সাংগঠনিক তথা কাৰ্যালয় সম্পাদক নৰেণ পায়েঙে ।

29/03/2024
আজি ২৬ মাৰ্চ তাৰিখ মঙ্গলবাৰে লক্ষীমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে লক্ষীমপুৰ লোকসভা সমষ্টিৰ  অসম তৃণমূল...
26/03/2024

আজি ২৬ মাৰ্চ তাৰিখ মঙ্গলবাৰে লক্ষীমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে লক্ষীমপুৰ লোকসভা সমষ্টিৰ অসম তৃণমূল কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ঘনকান্ত চুতীয়া । অসম তৃণমূল কংগ্ৰেছৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি হিৰণময় গগৈৰ নেতৃত্বত লক্ষীমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় অৰ্ধ শতাধিক নেতা কৰ্মী আৰু তিনিচুকীয়া জিলাৰ যুৱ শক্তিৰ কেইবাগৰাকীও বিষয়ববীয়া লক্ষীমপুৰত উপস্থিত হয় ।

Address

Bordoloi Nagar
Tinsukia
786125

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm
Sunday 9am - 5pm

Telephone

+918876198390

Alerts

Be the first to know and let us send you an email when Assam Trinamool Congress Tinsukia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Assam Trinamool Congress Tinsukia:

Share