27/11/2023
ৰংপুৰীয়া উপ-শাখা ছাত্ৰ সন্থাৰ ফালৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ নৱ-নিৰ্বাচিত সভাপতি উৎপল শৰ্মা ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ডাঙৰীয়ালৈ সংগ্ৰামী অভিনন্দন জনালোঁ ✊❤️
।।জয় আই অসম।।✊
।। সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ।।❤️
Sankor Jyoti Baruah
All Assam Students' Union - AASU