Jintu Mohan

Jintu Mohan Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jintu Mohan, Social service, Tinsukia.

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ নৱ নিৰ্বাচিত সন্মানীয় সভাপতি সোনমণি চলিহা সন্মানীয় সাধাৰণ সম্...
14/06/2022

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ নৱ নিৰ্বাচিত সন্মানীয় সভাপতি সোনমণি চলিহা সন্মানীয় সাধাৰণ সম্পাদক কাঞ্চন বৰা লগতে সমূহ জিলা সমিতিৰ বিষয়ববীয়ালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মাননীয় পলাশ চাংমাই ডাঙৰীয়াৰ মন্তব্য
02/08/2020

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মাননীয় পলাশ চাংমাই ডাঙৰীয়াৰ মন্তব্য

26/07/2020

অসমৰ ছয় জনগোষ্ঠী জনজাতি কৰণ কোনো এখন চৰকাৰে কৰিবলৈ সদিচ্ছা প্ৰকাশ নকৰিলে কেৱল ৰাজনৈতিক লাভা লাভৰ বাবে নিৰ্বাচনৰ সময়ত জনজাতি প্ৰসঙ্গ টানি আনি সৰৱ হোৱা পৰিলক্ষিত হয়। সি ক‌ংগ্ৰেছেই হক বা পৰিবৰ্তনৰ ঢাক ঢোল বজোৱা বি জে পি চৰকাৰেই হওক। আমি আৰু কিমান চৰকাৰৰ মিছা প্ৰতিশ্ৰুতিত ভুল যাম ।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কেন্দ্রীয় সমিতিৰ নিৰ্দেশ অনুসৰি পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে সমগ্র অসমৰ লগতে আজি...
29/06/2020

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কেন্দ্রীয় সমিতিৰ নিৰ্দেশ অনুসৰি পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে সমগ্র অসমৰ লগতে আজি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়া জিলাৰ সদৰত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পেট্ৰলিয়াম মন্ত্ৰী ধুমেন্দ্ৰ প্ৰধান পুত্রলীকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হয়।

Address

Tinsukia
786125

Website

Alerts

Be the first to know and let us send you an email when Jintu Mohan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category