Tihu Nagar Unnayan Samiti টিহু নগৰ উন্নয়ন সমিতি

  • Home
  • India
  • Tihu
  • Tihu Nagar Unnayan Samiti টিহু নগৰ উন্নয়ন সমিতি

Tihu Nagar Unnayan Samiti টিহু নগৰ উন্নয়ন সমিতি A Social Group

19/04/2026

ৰন্ধন গেছৰ বাবে শাৰী পতা বন্ধ কৰক ৷
অহা মঙ্গলবাৰৰ পৰা টিহু গণেশ গেছ এজেঞ্চীয়ে গুদামৰ পৰা গেছ দিয়া বন্ধ কৰি হোম ডেলীভাৰী দিব আৰু আধাৰ তথা মোবাইল নম্বৰ সংযোগ কৰাৰ বাবে আগতীয়াকৈ কুপন দি গ্ৰাহক ৰাইক সকাহ প্ৰদান কৰিব বুলি স্বত্বাধিকাৰী পংকজ বেজবৰুৱা আৰু মেনেজাৰ দিলীপ বেজবৰুৱাই ৰাইজক আজি কথা দিয়ে ৷ দীৰ্ঘদিনে ৰন্ধন গেছৰ নামত পুৱতি নিশাৰ পৰা শাৰী পাতি থকা প্ৰক্ৰিয়াৰ অন্ত পেলাই উপভোক্তাক সকাহ দিবলৈ আজি টিহু নগৰ উন্নয়ন সমিতিয়ে ৰাইজৰ উপস্থিতিত আজি এজেঞ্চীটোৰ মালিক পক্ষক তেওঁলোকৰ ময়মতালিৰ বাবে জৱাবদিহী কৰে ৷ আলোচনা মৰ্মে এতিয়াৰে পৰা আগতে চিলিণ্ডাৰ বুক কৰাসকলে প্ৰথমে গেছ পাব লগতে DAC নম্বৰৰ বাবে এজেঞ্চীলৈ নাহি ফোনযোগে ইয়াৰ সমাধান পাব বুলি কথা দিয়ে ৷
গ্ৰাহক ৰাইজলৈ বিনম্ৰ অনুৰোধ গুদামত গেছ আনিবলৈ যোৱা বন্ধ কৰি আগৰ দৰে হোম ডেলীভাৰী লবলৈ সকলোৱে এজেঞ্চীক বাধ্য কৰক ৷
https://www.facebook.com/share/v/18RfPRvHXH/

টিহুৰ গণেশ গেছ এজেঞ্চীৰ ময়মতালিত অতিষ্ঠ হৈ বিভিন্নজনে টিহু নগৰ উন্নয়ন সমিতিয়ে হস্তক্ষেপ কৰাটো বিচাৰিছে ৷ সেয়ে ৰাইজৰ আহ্ব...
18/04/2026

টিহুৰ গণেশ গেছ এজেঞ্চীৰ ময়মতালিত অতিষ্ঠ হৈ বিভিন্নজনে টিহু নগৰ উন্নয়ন সমিতিয়ে হস্তক্ষেপ কৰাটো বিচাৰিছে ৷ সেয়ে ৰাইজৰ আহ্বানৰ প্ৰতি শ্ৰদ্ধা জনাই অহাকালি ৰবিবাৰে দিনৰ ১০ বজাত পৰিস্থিতিৰ বুজ লৈ শীঘ্ৰে ৰন্ধন গেছৰ সমস্যা দূৰ কৰাৰ বাবে দাৱী জনাবলৈ ৰাইজৰ সহযোগিতা বিচাৰিছো ৷
বিষয়টোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি অহাকালি গণেশ গেছ এজেঞ্চীৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ সদাশয় ৰাইজক আহ্বান জনালোঁ ৷

শ্ৰদ্ধাৰে
সভাপতি-সম্পাদক
টিহু নগৰ উন্নয়ন সমিতি

10/04/2026

With Tihu Nagar Unnayan Samiti টিহু নগৰ উন্নয়ন সমিতি –thanks for your kind support. Please follow, like & share our posts to support us for public services.

10/04/2026

With Tihu Nagar Unnayan Samiti টিহু নগৰ উন্নয়ন সমিতি – I just made it onto their weekly engagement list by being one of their top engagers!

08/04/2026

Big shout out to my newest top fans! Jayanta Talukdar, Ankur Bastralaya, Pranab Kumar Sarma

08/04/2026

Shout out to my newest followers! Excited to have you onboard! Ratul Kalita, Partha Pratim Talukdar, Atulya Sarma, Bidyut Barman, Diksh*ta Kalita, Chandan Baruah, Niva Buragohain, Ankur Bastralaya, Ranjan Mazumdar, Binita Kalita

টিহুত ৰন্ধন গেছ চিলিণ্ডাৰৰ কৃত্ৰিম নাটনীৰ সুযোগ লৈ একাংশই চিলিণ্ডাৰৰ ব্লেক আৰম্ভ কৰিছে  যদিও এই মূহুৰ্তলৈ প্ৰশাসনৰ কোনো ...
31/03/2026

টিহুত ৰন্ধন গেছ চিলিণ্ডাৰৰ কৃত্ৰিম নাটনীৰ সুযোগ লৈ একাংশই চিলিণ্ডাৰৰ ব্লেক আৰম্ভ কৰিছে যদিও এই মূহুৰ্তলৈ প্ৰশাসনৰ কোনো হস্তক্ষেপ দেখা নগ’ল ৷
সাধাৰণ ৰাইজৰ দুৰ্যোগৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি আজি টিহু নগৰ উন্নয়ন সমিতিয়ে টিহুৰ গণেশ গেছ এজেঞ্চীক অহাকালি অৰ্থাৎ ১/৪/২৬ ৰ পৰা কাৰ্যকৰী হোৱাকৈ গুদামৰ পৰা গ্ৰাহকক প্ৰত্যক্ষভাৱে চিলিণ্ডাৰ বিতৰণৰ বন্ধ কৰিবলৈ দাৱী জনায় ৷ ইয়াৰ লগতে এই অৰাজক পৰিস্থিতি নিয়ন্ত্ৰণ বাবে টিহু থানাৰ সহযোগিতা বিচাৰি আৱেদন জনায় ৷
সৰ্বসাধাৰণ ৰাইজৰ সেৱাত টিহু নগৰ উন্নয়ন সমিতি৷

11/03/2026
টিহু নগৰ উন্নয়ন সমিতিৰ গামোছা বুকুতলৈ মুখ্যমন্ত্ৰী মহোদয়ে টিহুৰ সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰা মুহূৰ্তত
11/03/2026

টিহু নগৰ উন্নয়ন সমিতিৰ গামোছা বুকুতলৈ মুখ্যমন্ত্ৰী মহোদয়ে টিহুৰ সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰা মুহূৰ্তত

টিহুত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাদেৱৰ শোভাযাত্ৰাৰ মাজতে সমজিলাৰ সদৰৰ দাৱী জনাই টিহু নগৰ উন্নয়ন সমিতিয়ে মাননীয় মুখ্...
10/03/2026

টিহুত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাদেৱৰ শোভাযাত্ৰাৰ মাজতে সমজিলাৰ সদৰৰ দাৱী জনাই টিহু নগৰ উন্নয়ন সমিতিয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক স্মাৰকপত্ৰ প্ৰদানৰ লগতে টিহু নগৰৰ বাট-পথ-দলং আৰু উৰণীয়া সেতুৰ কাম শীঘ্ৰে আৰম্ভ কৰাৰ দাৱী জনাই টিহুচ’কৰ পৰা নিউচ’কলৈ ১৮ খন বেনাৰ প্ৰদৰ্শন কৰে ৷
এইছেগতে বেনাৰ প্ৰদৰ্শন কৰি আমাক সহযোগিতা আগবঢ়োৱা সদৌটিকে আন্তৰিক ধন্যবাদ জনালোঁ ৷

07/03/2026

This version of Facebook uses less data and works in all network conditions.

Address

Tihu
781371

Website

Alerts

Be the first to know and let us send you an email when Tihu Nagar Unnayan Samiti টিহু নগৰ উন্নয়ন সমিতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category