MON JAAI FOUNDATION

MON JAAI FOUNDATION MON JAAI FOUNDATION is a youth-driven Registered Society, born from the belief that small efforts can create big change.

We celebrate Art, Music and Culture, Support Education, Protecting the Environment, Promoting Sports, and Helping the Needy One.

01/01/2026
মন‌ যায় ফাউণ্ডেশ্যনৰ উদ্যোগত হিয়াৰ আমঠু অমৃত কন্ঠ জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্ম জয়ন্তী দিনজোৰা কাৰ্যসূচীৰে ১৮ নৱেম্বৰত প...
21/11/2025

মন‌ যায় ফাউণ্ডেশ্যনৰ উদ্যোগত হিয়াৰ আমঠু অমৃত কন্ঠ জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্ম জয়ন্তী দিনজোৰা কাৰ্যসূচীৰে ১৮ নৱেম্বৰত পালন কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, বৃক্ষৰোপণ, কুইজ প্ৰতিযোগিতা, সংগীতানুষ্ঠান আদি কাৰ্য্যসূচীৰে প্ৰানৰ শিল্পী গৰাকীক স্মৰণ কৰা হয়।
বেছেৰীয়া আদৰ্শ উচ্চ মাধ্যমিক কন্যা বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত কুইজ প্ৰতিযোগিতাৰ স্থান লাভ কৰা দলসমূহক মানপত্ৰ আৰু নগদ ধন (প্ৰথম ২০০০/-, দ্বিতীয় ১৫০০/-, তৃতীয় ১০০০/-) প্ৰদান কৰা হয়। অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগীক অভিনন্দন পত্ৰ প্ৰদান কৰা হয়।

মন যায় ফাউণ্ডেশ্যনৰ প্ৰথম খোজ....প্ৰানৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি ইং ১৯/১০/২০২৫ তাৰিখে 'মন যায় ফ...
20/11/2025

মন যায় ফাউণ্ডেশ্যনৰ প্ৰথম খোজ....প্ৰানৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি ইং ১৯/১০/২০২৫ তাৰিখে 'মন যায় ফাউণ্ডেশ্যনে' বৃক্ষৰোপণ, আৰ্তজনক সহায় আৰু স্ৱচ্ছতা কাৰ্যসূচী হাতত লয় ।

Address

Bam Parbatia, Bhupen Deka Path
Tezpur
784001

Website

Alerts

Be the first to know and let us send you an email when MON JAAI FOUNDATION posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category