02/02/2026
০১/০২/২৬ তাৰিখে শোণিতপুৰ জিলাৰ অন্তৰ্গত ৰাঙাপাৰাত সদৌ অসম বাঙালি যুৱ ছাত্ৰ ফেডাৰেচনৰ শোণিতপুৰ জিলা সমিতি পূৰ্নাঙ্গ ৰূপত গঠন কৰা হয়। উক্ত সভাত সভাতিত্ব কৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ চেণ্ট্ৰেল সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি শ্ৰী যুত বিজয় চন্দ দেৱ ডাঙৰীয়াই।