23/04/2025
I strongly condemn the heinous and barbaric attack on innocent civilians in Kashmir by terrorists. Such inhuman acts have no place in a civilized society. I urge the Government of India to take all necessary measures to bring the perpetrators of this atrocity to justice and ensure the safety and security of all citizens.
মই, কাশ্মীৰত নিৰীহ নাগৰিকৰ ওপৰত সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত নৃশংস আৰু বৰ্বৰ আক্ৰমণৰ তীব্র নিন্দা কৰিছো। এনে অমানৱিক কাৰ্য্যৰ সভ্য সমাজত কোনো স্থান নাই। মই ভাৰত চৰকাৰক আহ্বান জনাওঁ যে, এই নিকৃষ্ট অপৰাধৰ দোষীক ন্যায়ৰ সন্মুখীন কৰাবলৈ সকলো প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰক আৰু সকলো নাগৰিকৰ সুৰক্ষাৰ নিশ্চয়তা প্ৰদান কৰক।