21/02/2026
আজি ইং ২১ ফেব্ৰুৱাৰী/২৬,শণিবাৰে কুকী নাৰ্চিং হোমৰ ছাত্ৰ -ছাত্ৰী,শিক্ষক শিক্ষয়িত্ৰী সকলৰ উপস্হিতিত আমাৰ "স্নেহালয় "(ককা-আইতাৰ আপোন ঘৰত)এক সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। সচাঁকৈ আজিৰ এই অনুষ্ঠানটো সকলো দিশৰ পৰাই অত্যন্ত মনোগ্ৰাহী হৈছে। আমাৰ ফালৰ পৰা কুকী নাৰ্চিং হোমৰ সকলোলৈকে আন্তৰিক শুভেচ্ছা জনালোঁ।