15/10/2025
🌼🌼 সুপ্ৰভাত 🌼🌼
🌼🌼🌼🌼🌼🌼🌼
জুবিন বিহীন আজি সাতাইশ দিন....
👉 সংগীত শিল্পী জয়ন্ত হাজৰিকাৰ আজি পুণ্য তিথি।
👉 ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ আজি জন্ম বাৰ্ষিকী।
👉 আজি ২৮ আহিন
অক্টোবৰ মাহৰ ১৫ তাৰিখ
বুধ বাৰ, কৃষ্ণ পক্ষ
নৱমী তিথি
যুগাব্দঃ ৫১২৭
ভাস্কৰাব্দঃ ১৪৩২
শংকৰাব্দঃ ৫৭৭
খ্ৰীষ্টাব্দঃ ২০২৫
শকাব্দঃ ১৯৪৭
আজিৰ দিনটো সকলোৰে মংগল হওক।
ধন্যবাদেৰে--