গুঞ্জন বৰা । Gunjan Borah

গুঞ্জন বৰা । Gunjan Borah সৰুৰে পৰা ৰাজনীতি দেখিছোঁ , ৰাজনীতি মোৰ অতিকে প্রিয় । নিজকে সমাজৰ বাবে উচৰ্গা কৰিব পাৰি ।

ইংৰাজী তাৰিখ হিচাপে আজিয়েই মোৰ জন্মদিন । জন্মৰদিনা কাতি বিহু আছিল বাবে মোৰ জন্মদিনটো ঘৰত কাতি বিহুৰ দিনাই পাতো । কোনোবা ...
18/10/2024

ইংৰাজী তাৰিখ হিচাপে আজিয়েই মোৰ জন্মদিন । জন্মৰদিনা কাতি বিহু আছিল বাবে মোৰ জন্মদিনটো ঘৰত কাতি বিহুৰ দিনাই পাতো । কোনোবা বছৰ ইংৰাজী তাৰিখটো নিমিলে ।

আজিৰ মোৰ শুভ দিনটোত মোক মৰম শুভেচ্ছা আৰু আশীৰ্বাদ দিয়া সকলোলৈকে আন্তৰিক ধন্যবাদ জনালো ।

লগতে বিভিন্ন জনে মোৰ বাবে তেওঁলোকৰ ঘৰত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা সকলোলৈকে অশেষ ধন্যবাদ জনালোঁ 🙏

Happy Birthday to me 💐💐

06/10/2024

সকলোৰে প্ৰশ্নৰ উত্তৰ বোৰ দিবলৈ চেষ্টা কৰিলোঁ । QnA





চেৰাপুঞ্জীৰ কিনকিনিয়া বৰষুণজাকত অকণমান সতেজ হৈ আহিলো ।
21/07/2023

চেৰাপুঞ্জীৰ কিনকিনিয়া বৰষুণজাকত অকণমান সতেজ হৈ আহিলো ।

ইমান কম বয়সতেই এগৰাকী যুৱতীৰ দৰেই মডেলিং কৰিছে , ভিডিঅ'টো এবাৰ চাব ভাল পাব ।
04/07/2023

ইমান কম বয়সতেই এগৰাকী যুৱতীৰ দৰেই মডেলিং কৰিছে , ভিডিঅ'টো এবাৰ চাব ভাল পাব ।

14/06/2023

বিতৰ্ক হলেও হওঁক ...
এজন শিক্ষাৰ বিপ্লৱী, অসম আন্দোলনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত এজন ব্যক্তি ,
নাম - জীৱন চন্দ্ৰ দাস ।
বহুতো কথা পাতিলোঁ তেওঁৰ সৈতে বৰ দীঘলীয়া হ'ল । তেওঁৰ প্ৰতিটো কথাই যুক্তিপূৰ্ণ ।
অতি সোনকালে প্ৰকাশ হ'ব ।

07/06/2023

এনেই ভিডিঅ' এটা বনালো । গৰম বৰ বেছি , দিনত দোকানত এনেই বহি থকাৰ বাহিৰে একো কাম নাই 😁

কথাবোৰ দেখোন চিনেমাৰ দৰেই হৈছেগৈ ।
17/05/2023

কথাবোৰ দেখোন চিনেমাৰ দৰেই হৈছেগৈ ।

বাপেক পুতেক হুঁচৰি গাবলৈ ওলাইছে ।
15/04/2023

বাপেক পুতেক হুঁচৰি গাবলৈ ওলাইছে ।

হালধীয়া গোলাপটো লহপহকৈ বাঢ়িছে ,কাষলৈ গ'লে মন প্ৰাণ হালধীয়া যেন হৈ পৰে ।
04/02/2023

হালধীয়া গোলাপটো লহপহকৈ বাঢ়িছে ,
কাষলৈ গ'লে মন প্ৰাণ হালধীয়া যেন হৈ পৰে ।

Address

Tezpur
784150

Alerts

Be the first to know and let us send you an email when গুঞ্জন বৰা । Gunjan Borah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to গুঞ্জন বৰা । Gunjan Borah:

Share

Category