Garhdoul ঐতিহাসিক গড়দৌল, তেজপুৰ archaeological site, Tezpur

  • Home
  • India
  • Tezpur
  • Garhdoul ঐতিহাসিক গড়দৌল, তেজপুৰ archaeological site, Tezpur

Garhdoul ঐতিহাসিক গড়দৌল, তেজপুৰ archaeological site, Tezpur "চাৰিফালে চাৰিগড় মাজে উচ্চ দৌল।
সাতটি দৌলৰে বন্ধা নামেই গড়দৌল।।"

22/02/2026

বুৰঞ্জী প্ৰসিদ্ধ গড়দৌল ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
ধন্যবাদ nktv
ধন্যবাদ অশ্বিনী বৰা।

বহুদিনীয়া প্ৰচেষ্টাত আজি ঐতিহাসিক গড়দৌলত  মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্থানখনি পৰিদৰ্শন কৰে গড়দৌল স্থান খনি পর্যটন ক্...
21/02/2026

বহুদিনীয়া প্ৰচেষ্টাত আজি ঐতিহাসিক গড়দৌলত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্থানখনি পৰিদৰ্শন কৰে গড়দৌল স্থান খনি পর্যটন ক্ষেত্ৰলৈ উন্নীতকৰণ কৰিবৰ বাবে ৰাইজৰ হৈ কৰযোৰে অনুৰোধ জনোৱা হয়। গড়দৌলৰ দুই দৌলত বিজ্ঞান সম্মতভাৱে খনন কাৰ্য্য সম্পন্ন কৰি গড়দৌলৰ প্ৰকৃত ছবিখন উৎঘাটন কৰাৰ আশাৰে ৰাইজে অপেক্ষা কৰি আছে। ইয়াৰ ইতিহাসটো উদ্ধাৰ কৰি পর্যটক সকলৰ বাবে এখনি মনোমোহা স্থানত পৰিণত কৰাৰ বাবে অৱগত কৰা হয়। আশা থাকিল ৰাইজৰ আশা পূর্ণ কৰি কৃতাৰ্থ কৰিব।

13/12/2025
15/11/2025
বানৰে জীয়ৰী সব্বাঙ্গে সুন্দৰী         চিত্ৰলেখাৰে সখী,  মেৰঘৰ মাৰি বানৰজাই ৰাখিলে    গড়দৌল তাৰেই সাক্ষী।গড়দৌল আঞ্চলিক ৰ...
15/04/2025

বানৰে জীয়ৰী সব্বাঙ্গে সুন্দৰী
চিত্ৰলেখাৰে সখী,
মেৰঘৰ মাৰি বানৰজাই ৰাখিলে
গড়দৌল তাৰেই সাক্ষী।

গড়দৌল আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ
ৰূপালী জয়ন্তী বৰ্ষ- ২০২৫
মুকলী বিহু প্রতিযোগিতা আৰু
বাৰেৰহনীয়া সংস্কৃতিক সমাৰোহ।
দিনাংকঃ ২৬ বহাগ ইং ১০ মে) শনিবাৰ ।
সেয়েহে ৰঙালীৰ আনন্দৰে ৰঙিয়ান কৰি তোলাৰ মানসেৰে ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰা হ'ল।

উক্ত অনষ্ঠানভাগত আপোনাসৱৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰি নিমন্ত্ৰণী সেৱা ধৰা হ'ল।🙏🙏🙏
24/02/2025

উক্ত অনষ্ঠানভাগত আপোনাসৱৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰি নিমন্ত্ৰণী সেৱা ধৰা হ'ল।🙏🙏🙏

উষা-অনিৰুদ্ধৰ কাহিনীৰে বিজড়িত ঐতিহাসিক গড়দৌল সাতপুখুৰী উদ্ধাৰ ও প্ৰচাৰ বাবে ১৯৯৭ বৰ্ষত জন্ম হোৱা গড়দৌল ৰাস মহোৎসৱ খনি ১৪...
20/12/2024

উষা-অনিৰুদ্ধৰ কাহিনীৰে বিজড়িত ঐতিহাসিক গড়দৌল সাতপুখুৰী উদ্ধাৰ ও প্ৰচাৰ বাবে ১৯৯৭ বৰ্ষত জন্ম হোৱা গড়দৌল ৰাস মহোৎসৱ খনি ১৪/১৫/ ডিচেম্বৰত২০২৪ তৰাজান কুমাৰ গাওঁৰ বৰকনা চুবুৰী ৰাজহুৱা নামঘৰ প্ৰাংগনত সুকলমে অনুষ্ঠিত হৈ যায়। লগতে যি সকল লোকে ঐতিহাসিক গড়দৌল ৰাস মহোৎসৱ খনি জন্ম দি থৈ স্বর্গগামী হ'ল.. সেই আমাৰ পৰম পূজ্য সকললৈ পবিত্ৰ ক্ষনত পবিত্ৰ আত্মাৰ চিৰ শান্তিৰ অর্থে একাজলি পুষ্পৰে ২১তম গড়দৌল ৰাস উদযাপন সমিতিয়ে শ্ৰদ্ধাঞ্জলি জনাই ম্মৰন কৰে।

15/12/2024
২১তমঐতিহাসিক গড়দৌল ৰাস মহোৎসৱ উদযাপন অহা ইংৰাজী ১৪,১৫ ডিচেম্বৰত আপোনাসৱৰ উপস্থিতি আৰু আন্তৰিকাপূর্ণ- সহযোগিতা কামনা কৰি...
11/12/2024

২১তম
ঐতিহাসিক গড়দৌল ৰাস মহোৎসৱ উদযাপন
অহা ইংৰাজী ১৪,১৫ ডিচেম্বৰত আপোনাসৱৰ উপস্থিতি আৰু আন্তৰিকাপূর্ণ- সহযোগিতা কামনা কৰি নিমন্ত্ৰণী সেৱা ধৰা হ'ল।
স্থান: তৰাজানৰ কুমাৰ গাওঁ
বৰকনা চুবুৰী ৰাজহুৱা নামঘৰ ।

গড়দৌল আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ                                             সৌজন্যত..      মুকলী বিহু প্রতিযোগিতা আৰু...
07/05/2024

গড়দৌল আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ
সৌজন্যত..
মুকলী বিহু প্রতিযোগিতা আৰু
বাৰেৰহনীয়া সাংস্কৃতিক সমাৰোহত অনুষ্ঠান পৰিবেশন কৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা
জাতি জনগোষ্ঠীয় দলে দৰ্শকবৃন্দক আপ্লুত কৰি *ঊষা অনিৰুদ্ধ মিলন থলী 'গড়দৌল' মিলনতীৰ্থলৈ পৰিণত কৰে।

অসমীয়া জাতিৰ আয়ুস ৰেখা স্বৰূপ ব'হাগ মাহতোৱেই অসমীয়া জাতিটোক একগোট হবলৈ সাহস দিছে। ডেকাৰ পৰা বয়োজ্যেষ্ঠজনলৈ সকলোৰে দেহ মনত বহাগে দিয়ে নতুন উদ্যম…, নতুন উৎসাহ। এই বহাগৰ বাবেই এতিয়া অসমীয়া জাতিয়ে নিজৰ ঐতিহ্য ধৰি ৰাখিবলৈ সক্ষম হৈছে। আৰু অসমীয়াৰ আপোন এই বহাগেই আজি *বান ৰজা আৰু ঊষা অনিৰুদ্ধ স্মৃতি বিজড়িত প্ৰেমৰ স্থলী *গড়দৌলক দিলে সমন্বয়ৰ এক অনন্য বাৰ্তা*।

05/05/2024

Address

Tezpur
784001

Telephone

+917002059618

Website

Alerts

Be the first to know and let us send you an email when Garhdoul ঐতিহাসিক গড়দৌল, তেজপুৰ archaeological site, Tezpur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Garhdoul ঐতিহাসিক গড়দৌল, তেজপুৰ archaeological site, Tezpur:

Share