জান বৰা Jan Borah

জান বৰা Jan Borah Advocate by profession and Secretary, Assam Jatiya Parishad

‘চন্দ্ৰযান-৩’ৰ সফল অৱতৰণে এক নতুন ইতিহাস‌ সৃষ্টি কৰিলে ৷ এই অভিযানৰ লগত জড়িত ইছৰোৰ (ISRO) প্ৰতিগৰাকী মহান বিজ্ঞানীলৈ অভ...
23/08/2023

‘চন্দ্ৰযান-৩’ৰ সফল অৱতৰণে এক নতুন ইতিহাস‌ সৃষ্টি কৰিলে ৷ এই অভিযানৰ লগত জড়িত ইছৰোৰ (ISRO) প্ৰতিগৰাকী মহান বিজ্ঞানীলৈ অভিনন্দন জনালোঁ

ভাদ মাহ  অসমীয়া জাতীয় জীৱনৰ সৈতে জড়িত এক পৱিত্র মাহ। এই পৱিত্ৰ ভাদ মাহৰ প্ৰথম দিনটোত সমূহ ৰাইজলৈ ভক্তিভৰা সেৱা জনাইছো...
19/08/2023

ভাদ মাহ অসমীয়া জাতীয় জীৱনৰ সৈতে জড়িত এক পৱিত্র মাহ। এই পৱিত্ৰ ভাদ মাহৰ প্ৰথম দিনটোত সমূহ ৰাইজলৈ ভক্তিভৰা সেৱা জনাইছোঁ।

বিশিষ্ট শিক্ষাবিদ তথা কটন কলেজৰ প্ৰাক্তন অধ্যাপক তথা উপাধক্ষ্য দেৱেন দত্ত ছাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ ...
18/08/2023

বিশিষ্ট শিক্ষাবিদ তথা কটন কলেজৰ প্ৰাক্তন অধ্যাপক তথা উপাধক্ষ্য দেৱেন দত্ত ছাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ।

সকলোকে ৭৭ সংখ্যাক ''স্বাধীনতা দিৱসৰ'' আন্তৰিক  শুভেচ্ছা জ্ঞাপন কৰিছোঁ।🇮🇳
15/08/2023

সকলোকে ৭৭ সংখ্যাক ''স্বাধীনতা দিৱসৰ'' আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।🇮🇳

আজি তেজপুৰত অসম জাতীয় পৰিষদৰ শোণিতপুৰ জিলাৰ উদ্যোগত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে এখনি নাগৰিক সভা অনুষ্ঠিত হয়। আজিৰ সভাত ত...
12/08/2023

আজি তেজপুৰত অসম জাতীয় পৰিষদৰ শোণিতপুৰ জিলাৰ উদ্যোগত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে এখনি নাগৰিক সভা অনুষ্ঠিত হয়। আজিৰ সভাত তেজপুৰৰ বিভিন্নজন নাগৰিকৰ লগতে বিভিন্ন সামাজিক সাংস্কৃতিক সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে।

আজি প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ চুড়ান্ত তালিকা অনুসৰি তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত পঞ্চায়ত সমূহ।
11/08/2023

আজি প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ চুড়ান্ত তালিকা অনুসৰি তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত পঞ্চায়ত সমূহ।

প্ৰাক্তন আছু উপদেষ্টা উদ্দীপজ্যোতি গগৈৰ লগতে আজি যোগদান কৰা সকলো আছুৰ প্ৰাক্তন কৰ্মীসকলক অসম জাতীয় পৰিষদৰ মঞ্চলৈ আদৰণি জ...
11/08/2023

প্ৰাক্তন আছু উপদেষ্টা উদ্দীপজ্যোতি গগৈৰ লগতে আজি যোগদান কৰা সকলো আছুৰ প্ৰাক্তন কৰ্মীসকলক অসম জাতীয় পৰিষদৰ মঞ্চলৈ আদৰণি জনাইছোঁ।

গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত চিকিৎসাধীন হৈ থকা তেজপুৰৰ প্ৰাক্তন বিধায়ক, প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামী দেৱ...
11/08/2023

গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত চিকিৎসাধীন হৈ থকা তেজপুৰৰ প্ৰাক্তন বিধায়ক, প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামী দেৱৰ শীঘ্ৰেই আৰোগ্য কামনা কৰিলোঁ ।

অনাস্থা প্ৰস্তাৱৰ সময়ত সংসদৰ মজিয়াত সাংসদ গৌৰৱ গগৈ দেৱে প্ৰদান কৰা ভাষণ যথেষ্ট তথ্যৰ ওপৰত আধাৰিত আছিল। গৌৰৱ গগৈ দেৱে য...
09/08/2023

অনাস্থা প্ৰস্তাৱৰ সময়ত সংসদৰ মজিয়াত সাংসদ গৌৰৱ গগৈ দেৱে প্ৰদান কৰা ভাষণ যথেষ্ট তথ্যৰ ওপৰত আধাৰিত আছিল। গৌৰৱ গগৈ দেৱে যথেষ্ট অধ্যয়ন কৰি সুন্দৰ ভাৱে তেওঁৰ কথাখিনি সংসদৰ মজিয়াত উপস্হাপন কৰে।‌ গৌৰৱ গগৈ দেৱ অসমৰ সাংসদ হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ।

আজি তেজপুৰত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ তেজপুৰ লোকসভা সংসদীয় সমষ্টিৰ কৰ্মীসভা
06/08/2023

আজি তেজপুৰত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ তেজপুৰ লোকসভা সংসদীয় সমষ্টিৰ কৰ্মীসভা

03/08/2023

আজি শোণিতপুৰ জিলা দিৱস ৷ ১৯৮৩ চনৰ ৩ আগষ্টত বৃহত্তৰ দৰং জিলাৰ পৰা পৃথক হৈ শোণিতপুৰ জিলাই স্বকীয় জিলা হিচাপে স্বীকৃতি লাভ কৰিছিল ৷ আজিৰ এই দিনটোত শোণিতপুৰৰ সকলোকে শুভকামনা জনাইছোঁ ৷

বিজয়ৰ আকস্মিক মৃত্যুৰ খবৰে মৰ্মাহত কৰিছে। বিদায় বন্ধু
07/07/2023

বিজয়ৰ আকস্মিক মৃত্যুৰ খবৰে মৰ্মাহত কৰিছে। বিদায় বন্ধু

Address

Tezpur
784001

Website

Alerts

Be the first to know and let us send you an email when জান বৰা Jan Borah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to জান বৰা Jan Borah:

Share

Category