Argha dey অৰ্ঘ দে

Argha dey অৰ্ঘ দে সমাজৰ কাৰণে সদায় কাম কৰি আগুৱাই যোৱাই হৈছে মোৰ লক্ষ্য || সভাপতি শোণিতপুৰ জিলা অসম ছাত্ৰ পৰিষদ 🙏

ঐতিহাসিক তেজপুৰ মহাবিদ্যালয়ৰ নৱ-নিযুক্ত অধ্যক্ষ ড° মনোজ কুমাৰ হাজৰিকা ছাৰক আজি ‌অসম ছাত্ৰ পৰিষদৰ পৰা তেখেতক  সম্বৰ্ধনা ...
29/12/2024

ঐতিহাসিক তেজপুৰ মহাবিদ্যালয়ৰ নৱ-নিযুক্ত অধ্যক্ষ ড° মনোজ কুমাৰ হাজৰিকা ছাৰক আজি ‌অসম ছাত্ৰ পৰিষদৰ পৰা তেখেতক সম্বৰ্ধনা জনালোঁ।।

অসমীয়া  চহা ৰাইজৰ বাপতিসাহোন কাতি বিহুৰ ঐতিহ্য-পৰম্পৰা ৰক্ষা কৰি নগৰ অঞ্চলৰ ৰাইজৰ মাজৰ পৰা হেৰাই যাৱলৈ ধৰা "তুলসী পুলি"...
17/10/2024

অসমীয়া চহা ৰাইজৰ বাপতিসাহোন কাতি বিহুৰ ঐতিহ্য-পৰম্পৰা ৰক্ষা কৰি নগৰ অঞ্চলৰ ৰাইজৰ মাজৰ পৰা হেৰাই যাৱলৈ ধৰা "তুলসী পুলি"ৰোৱা প্ৰথাটি বজাই ৰখাৰ এক প্ৰয়াস আগত ৰাখি আজি শোণিতপুৰ জিলা ছাত্ৰ পৰিষদৰ উদ্যোগত শোণিতপুৰ জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ ডাঙৰীয়া, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া , তেজপুৰ সদৰ আৰক্ষী অধীক্ষক ভাস্কৰ বেজবৰুৱাকে প্ৰমূখ্য কৰি বিভিন্ন জন বিশিষ্ট ব্যক্তিৰ হাতত কাতি বিহু উপলক্ষে এটিকৈ তুলসী পুলি উপহাৰ হিচাপে দিয়া হয় ।
অসম ছাত্ৰ পৰিষদ - Asom Chatra Parishad - ACP
Atul Bora অতুল বৰা
Prithiraj Rava
Apurba Kr Bhattacharjee অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য

শুভ মহা অষ্টমী❤️
11/10/2024

শুভ মহা অষ্টমী❤️

10/10/2024
ভাৰতৰত্ন সুধাকণ্ঠ ড•ভূপেন হাজৰিকা দেৱৰ জন্ম জয়ন্তীৰ এই পবিত্ৰ দিনটোত শ্ৰদ্ধাৰে সোঁৱৰিছোঁ।।
08/09/2024

ভাৰতৰত্ন সুধাকণ্ঠ ড•ভূপেন হাজৰিকা দেৱৰ জন্ম জয়ন্তীৰ এই পবিত্ৰ দিনটোত শ্ৰদ্ধাৰে সোঁৱৰিছোঁ।।

আজি পবিত্ৰ শিক্ষক দিৱস উপলক্ষে তেজপুৰত অসম ছাত্ৰ পৰিষদৰ বিধানসভা সমষ্টিৰ উদ্যোগত " শিক্ষক দিৱস" পালন কৰা হয়। তেজপুৰৰ পা...
05/09/2024

আজি পবিত্ৰ শিক্ষক দিৱস উপলক্ষে তেজপুৰত অসম ছাত্ৰ পৰিষদৰ বিধানসভা সমষ্টিৰ উদ্যোগত " শিক্ষক দিৱস" পালন কৰা হয়। তেজপুৰৰ পাঁচ গৰাকী শিক্ষা গুৰুক সম্বৰ্ধনা জনোৱা হয় ।
Atul Bora অতুল বৰা
Prithiraj Rava
Apurba Bhattacharjee অপূৰ্ব ভট্টাচাৰ্য্য

৭৮ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা
15/08/2024

৭৮ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা

কাজিৰঙা✨
13/05/2024

কাজিৰঙা✨

অসম ছাত্ৰ পৰিষদ নগাওঁ জিলাৰ উদ্যোগত ✨
21/04/2024

অসম ছাত্ৰ পৰিষদ নগাওঁ জিলাৰ উদ্যোগত ✨

সকলোলৈ অসমবাসীৰ বৰ আপোন অসমীয়া জাতিৰ চিনাকী হেপাঁহৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছাঁ জনালোঁ…।❤
13/04/2024

সকলোলৈ অসমবাসীৰ বৰ আপোন অসমীয়া জাতিৰ চিনাকী হেপাঁহৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছাঁ জনালোঁ…।❤

Address

Tezpur

Telephone

+919707263840

Website

Alerts

Be the first to know and let us send you an email when Argha dey অৰ্ঘ দে posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category