11/03/2023
যুৱশক্তি ৰাষ্ট্ৰশক্তি
ভাৰতীয় জনতা যুৱ মৰ্চা শোণিতপুৰ জিলাৰ অন্তৰ্গত গাভৰু মণ্ডল যুৱ মৰ্চাৰ আজি দ্বিতিয়খন কাৰ্যনিৰ্বাহক সভাখনি হলেশ্বৰ পঞ্চায়তৰ সভাগৃহত অনুষ্ঠিত হয় ।
গাভৰু মণ্ডল যুৱ মৰ্চাৰ সন্মানীয় সভাপতি শ্ৰী যুত দিপাংকৰ মেছ ডাঙৰীয়া দেৱৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে শোণিতপুৰ জিলা যুৱমৰ্চাৰ উপ সভাপতি নেত্ৰ কাশ্যপ ডাঙৰীয়া, জিলা যুৱ মৰ্চাৰ স্বচ্ছ ভাৰত আহ্বায়ক তথা গাভৰু মণ্ডল যুৱ মৰ্চাৰ সহ-প্ৰভাৰী ভাস্কৰ কলিতা ডাঙৰীয়া, ৰাজ্যিক তথ্যপ্ৰযুক্তিৰ সহ-আহ্বায়ক ত্ৰিদিপ কলিতা ডাঙৰীয়া, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য প্ৰমোদ নাথ ডাঙৰীয়া, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য জীতেন বৰঠাকুৰ ডাঙৰীয়া, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য দিপক শইকীয়া ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ গাভৰু মণ্ডলৰ সভাপতি জয়ন্ত বৰা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ গাভৰু মণ্ডলৰ উপ-সভাপতি তুলসী বড়ো ডাঙৰীয়া, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ৰেখা বৰুৱা ডাঙৰীয়ানী, হলেশ্বৰ পঞ্চায়তৰ সভানেত্ৰী সঞ্জু দাস ডাঙৰীয়ানী, ভাৰতীয় জনতা পাৰ্টিৰ গাভৰু মণ্ডলৰ অনুসুচিত জনজাতি মৰ্চাৰ সভাপতি মহেন্দ্ৰ মেছ ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ গাভৰু মণ্ডলৰ অনুসুচিত জাতি মৰ্চাৰ সভাপতি মৃদুল দাস ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ গাভৰু মণ্ডলৰ সংখ্যালঘু মৰ্চাৰ সভাপতি চাইদুল হুচেইন ডাঙৰীয়া প্ৰমুখ্যে কৰি যুৱমৰ্চাৰ দলীয় বিষয়ববীয়া সকল উপস্থিত থাকে ।
আজিৰ সভাত যি সকল ব্যক্তি উপস্থিত হৈ তথা বিভিন্ন দান বৰঙণিৰে সভাখন পৰিচালনা কৰাত যি সহায় কৰিলে তাৰ বাবে গাভৰু মণ্ডল যুৱ মৰ্চা সদায় চিৰকৃতজ্ঞ হৈ ৰব ।
ধন্যবাদ ।