𝓡𝓪𝓽𝓪𝓪𝓷 𝓚𝓾𝓶𝓪𝓻 𝓡𝓸𝔂

  • Home
  • India
  • Tezpur
  • 𝓡𝓪𝓽𝓪𝓪𝓷 𝓚𝓾𝓶𝓪𝓻 𝓡𝓸𝔂
19/04/2026
19/04/2026

দেশব্যাপি ইতিমধ্যে আৰম্ভ হৈছে লোকপিয়ল। ২ আগষ্টৰ পৰা অসমত আৰম্ভ হ'ব এই প্ৰক্ৰিয়া। ১৭ আগষ্টৰ পৰা ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া। ১৫ ছেপ্টেম্বৰ পৰ্যন্ত সমগ্ৰ ৰাজ্যত চলিব এই প্ৰক্ৰিয়া। ৰাজ্যত ৮৫ হাজাৰ গণনাকাৰী বিষয়া নিয়োগ। লোকপিয়ল সন্দৰ্ভত জুনত আৰম্ভ হ'ব গণনাকাৰী বিষয়াৰ প্ৰশিক্ষণ। এই কথা জনালে ৰাজ্যিক লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে।

। ।

সকলোলৈ অক্ষয় তৃতীয়াৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আজিৰ এই শুভক্ষণত সকলোৰে জীৱনত সুখ, শান্তি ও সমৃদ্ধি চিৰ অক্ষয় হৈ থাকক ত...
19/04/2026

সকলোলৈ অক্ষয় তৃতীয়াৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আজিৰ এই শুভক্ষণত সকলোৰে জীৱনত সুখ, শান্তি ও সমৃদ্ধি চিৰ অক্ষয় হৈ থাকক তাৰে কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ 🙏

HAPPY BIHU
17/04/2026

HAPPY BIHU

সকলো লৈ বাপুতি সাহোন ৰঙালী বিহু আৰু অসমীয়া নববৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।।
15/04/2026

সকলো লৈ বাপুতি সাহোন ৰঙালী বিহু আৰু অসমীয়া নববৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।।

12/04/2026
ভাৰতৰ প্ৰধানমন্ত্ৰী,বিশ্বনেতা শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ বিশ্বৰ ২৮ খন দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান। মাননীয় প্ৰধান...
18/12/2025

ভাৰতৰ প্ৰধানমন্ত্ৰী,বিশ্বনেতা শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ বিশ্বৰ ২৮ খন দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান।
মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমান সমগ্ৰ বিশ্বত ভাৰতে লাভ কৰিছে অভূতপূৰ্ব সন্মান।

Address

Bye Lane/0, Rubber Bagan
Tezpur
784001

Opening Hours

Monday 9:01am - 8pm
Tuesday 9:01am - 8pm
Wednesday 9:01am - 8pm
Thursday 9:01am - 8pm
Friday 9:01am - 8pm
Saturday 9:01am - 8pm
Sunday 8:30am - 1pm

Website

Alerts

Be the first to know and let us send you an email when 𝓡𝓪𝓽𝓪𝓪𝓷 𝓚𝓾𝓶𝓪𝓻 𝓡𝓸𝔂 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share