14/09/2026
✓তামুলপুৰ জিলা ক্ৰিকেট সন্থা উপস্থিত অসম টীমৰ খেলুৱৈ বৰখোপাৰ ধনজিৎ বৰ্মনৰ বাসগৃহত।
✓তেওঁ অসম ক্ৰিকেট টীমৰ হৈ Exposer Cricket Tournament-2 খেলিবলৈ যাব গুজৰাটলৈ।
✓ধনজিৎ তামুলপুৰ জিলা ক্ৰিকেট একাডেমীৰ পৰা অসম টীমত স্থান লাভ কৰিছিল।