Ashadur Zaman Mandal

Ashadur Zaman Mandal I would like serve my society.

09/02/2026
শুভ নববর্ষ 2026 সমগ্র দেশবাসীকে। এই নতুন আলোৰ দিনত, আমাৰ সকলোৰে একেলগে হাত মিলাই নতুন asam গঢ়িবলৈ সংকল্প লওঁ। যেন সকলোৰ...
01/01/2026

শুভ নববর্ষ 2026 সমগ্র দেশবাসীকে। এই নতুন আলোৰ দিনত, আমাৰ সকলোৰে একেলগে হাত মিলাই নতুন asam গঢ়িবলৈ সংকল্প লওঁ। যেন সকলোৰে দুৱাৰে শান্তি, প্ৰতিটো গাঁৱত উন্নয়ন, আৰু সকলোৰে চকুত সমানতাৰ দৃষ্টি। শুভেচ্ছা ৰাখিলোঁ সকলক—আগবঢ়ি চলক, একেলগে। Happy new year

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ_গগৈ দেৱৰ পঞ্চম মৃত্যু বাৰ্ষিকীত তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো।🙏🙏🙏
23/11/2025

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ_গগৈ দেৱৰ পঞ্চম মৃত্যু বাৰ্ষিকীত তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো।🙏🙏🙏

23/11/2025

আজি পদ্মভূষণ প্ৰয়াত তৰুণ গগৈ দেৱৰ পঞ্চম বাৰ্ষিক মৃত্যুতিথি।

তেখেত আছিল অসমৰ তিনিবাৰৰ সফল মুখ্যমন্ত্ৰী, সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী। সন্ত্ৰাস আৰু অশান্তিৰে জৰ্জৰিত অসমত শান্তিৰ কঠিয়া সিঁচি, কল্যাণকামী গণতান্ত্ৰিক চিন্তাৰে বিশ্বাস আৰু আস্থাৰে এখন বিকশিত অসম গঢ়ি তুলিছিল তেওঁ।

শিক্ষা, স্বাস্থ্য, লোকনিৰ্মাণ, কৃষি, জনস্বাস্থ্য কাৰিকৰী, জলসিঞ্চনকে আদি কৰি প্ৰায় প্ৰতিটো বিভাগক নতুন ৰূপ দান কৰাৰ লগতে নতুন নতুন উদ্যোগৰ সৃষ্টি কৰি লাখ লাখ যুৱক-যুৱতীক আত্মনিৰ্ভৰশীল কৰি তুলিছিল তেখেতে।

বাকপটুতা, স্পষ্টবাদিতা, বুদ্ধিদীপ্ততা, কর্মদক্ষতা আৰু বিৰল নিকা ভাৱমূৰ্তিৰে সমৃদ্ধ এইগৰাকী মহান জননায়কক আজি পৰিয়ালৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিলোঁ।

দেউতা, আপুনি যতেই থাকক না কিয়, তাৰ পৰাই আমাক মূল্যবোধ আৰু সততাৰ পথত দেশৰ কাৰণে, সমাজৰ কাৰণে কাম কৰি যাবলৈ আশীৰ্বাদ কৰিব।

শ্ৰদ্ধাঞ্জলি 🙏

Address

South Salmara

Website

Alerts

Be the first to know and let us send you an email when Ashadur Zaman Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category