BJYM South Salmara

BJYM South Salmara BJYM South Salmaral

Congratulations
26/11/2021

Congratulations

 #দেশ_আজি_সুৰক্ষিত, #গৌৰৱান্বিতদেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতবৰ্ষত ১০০ ক...
22/10/2021

#দেশ_আজি_সুৰক্ষিত, #গৌৰৱান্বিত

দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতবৰ্ষত ১০০ কোটি বিনামূলীয়া ক'ভিড প্ৰতিষেধক প্ৰদান সম্পূৰ্ণ কৰাৰ ঐতিহাসিক ক্ষণত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷

ক’ভিড বিৰোধী যুঁজত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সন্মুখৰ পৰা নেতৃত্ব দি সেৱা আগবঢ়োৱা প্ৰতিগৰাকী চিকিৎসক,চিকিৎসাকৰ্মী আৰু ক'ভিড যোদ্ধালৈও অশেষ শুভকামনা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ‌। BJYM South Salmara Mondal

28/09/2021



আজি ভাৰতীয় জনতা যুৱ মৰ্চাৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সভাপতি সন্মানীয় জাহাংগীৰ আলম মন্ডল ডঙৰীয়াৰ কাৰ্যকাল এবছৰ পূৰন...
26/08/2021

আজি ভাৰতীয় জনতা যুৱ মৰ্চাৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সভাপতি সন্মানীয় জাহাংগীৰ আলম মন্ডল ডঙৰীয়াৰ কাৰ্যকাল এবছৰ পূৰন হোৱাৰ বাবে গোটেই মন্ডলৰ সভাপতি আৰু সাধাৰণ সম্পাদক লগত লৈ ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সন্মানীয় সীদ্ধাণ্ক অন্কুৰ বৰুৱাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো

Vote for Bjp, Asadul Islam Zindabad
23/03/2021

Vote for Bjp, Asadul Islam Zindabad

Asadul Islam Zindabad. Bjp Zindabad. Vote for Bjp
16/03/2021

Asadul Islam Zindabad. Bjp Zindabad. Vote for Bjp

13/03/2021
Bjp Zindabad 🙏🙏
05/02/2021

Bjp Zindabad 🙏🙏

Address

Assam BJYML
South Salmara
783127

Alerts

Be the first to know and let us send you an email when BJYM South Salmara posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJYM South Salmara:

Share