Nature Seeker,, Looking for a quiet nature

Nature Seeker,, Looking for a quiet nature Always looking a beautiful nature

27/06/2021

আপোনালোক সকলোলৈ এটা অনুৰোধ যে আম, লিচু, জাম , আদি ফল বোৰ খাই গুটিবোৰ পেলাই নিদিব । সেইবোৰ ধুই শুকাই পানীত তিয়াই কাগজত ভালদৰে বান্ধি থৈ দিব।
যদি কেতিয়াবা কৰবালৈ ওলাই যায় তেতিয়া এই গুটিবোৰ ৰাস্তাৰ কাষত থকা সৰু গাঁত বোৰত একোটাকৈ পেলাই দি যাব,, বাৰিষা সময়ত এই গছবোৰ 🌱গজি উঠিব,, এইবোৰ গছৰ ভিতৰত কিছু সংখ্যক গাছ ও যদি বাচি থাকে, সেইয়া হব প্ৰকৃতিৰ বাবে আমি দিয়া এক বৃহৎ উপহাৰ।।💚💚
ধাইন্যবাদ...
Club Nature seeker.........🌱🌳🌳🍃

Address

Sorbhog
781317

Alerts

Be the first to know and let us send you an email when Nature Seeker,, Looking for a quiet nature posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share