Prasanta Kumar Nath

Prasanta Kumar Nath Works at Industrial Co-operative Bank Limited as a PC( Payment Collector). Booth President under BJP's Chakchaka block Mandal at 218 No. Booth(SORBHOG-1).

মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ব্যতিক্রমী প্ৰয়াস। মুখ্যমন্ত্রী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজিৰে পৰা...
10/11/2025

মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ব্যতিক্রমী প্ৰয়াস। মুখ্যমন্ত্রী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজিৰে পৰা ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ লাভ কৰিব ৰেচন কাৰ্ডধাৰকসকলে। জনপ্ৰিয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নতুন সংকল্প 'খাদ্য সুৰক্ষাৰ পৰা পৰিপুষ্টিৰ নিশ্চিতিলৈ' আৰু এই অভিনৱ প্ৰয়াসৰ অংশ হ'বলৈ সুযোগ লাভ কৰি মই নথৈ আনন্দিত। বজাৰ মূল্যতকৈ কম টকাৰ বিনিময়ত ৰেচন কাৰ্ডধাৰকে লাভ কৰা মচুৰ দাইল, চেনি আৰু নিমখ বিতৰণ কাৰ্যসূচীত মাননীয় জিলা আয়ুক্ত ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে সৰভোগৰ ৫নং ৱাৰ্ডৰ ফলিন দাসৰ সুলভ মূল্যৰ দোকানত মুখ্য অতিথি হিচাপে উপস্থিত থাকোঁ। আশাকৰোঁ, ৰেচনকাৰ্ডধাৰক ইয়াৰ পৰা বহুখিনি উপকৃত হ'ব। অশেষ ধন্যবাদ মুখ্যমন্ত্রী ডাঙৰীয়া।

Himanta Biswa Sarma
CMO Assam
Dilip Saikia
BJP Assam Pradesh
Mahendra Das

Congratulations to my wife ❤
09/11/2025

Congratulations to my wife ❤

🚨 ভাৰতীয় জনতা পার্টি মহিলা মৰ্চাৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদিকা পদত অধিষ্ঠিত হৰিপ্ৰিয়া নাথ।

22/05/2025
ভোগালীৰ শুভেচ্ছা ✨🙏
16/01/2024

ভোগালীৰ শুভেচ্ছা ✨🙏

যোৱা ২৬/১২/২৩ ইং তাৰিখে গুৱাহাটীস্থিত শ্ৰীমন্ত শঙ্কৰদেৱে কলাক্ষেত্ৰত বিহু সুৰক্ষা সমিতি অসমৰ ত্রয়োদশ বাৰ্ষিক কেন্দ্ৰীয় ...
28/12/2023

যোৱা ২৬/১২/২৩ ইং তাৰিখে গুৱাহাটীস্থিত শ্ৰীমন্ত শঙ্কৰদেৱে কলাক্ষেত্ৰত বিহু সুৰক্ষা সমিতি অসমৰ ত্রয়োদশ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু মধ্যকালীন অধিৱেশনৰ "মহিলা মঞ্চৰ কেন্দ্ৰীয় সমাৱেশ"ত স-পৰিয়ালে উপস্থিত হওঁ।

Haripriya Nath- Mina Mrinmay Nath Official

23/11/2023
অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া আৰু ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ লগতে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন ...
23/11/2023

অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া আৰু ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ লগতে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ উপস্থিতিত আজি সৰভোগ পৌৰসভাৰ নৱ নিৰ্মিত ভৱনটি উদ্বোধন কৰা হয়। সৰভোগ পৌৰসভাৰ এই নৱ নিৰ্মিত ভৱনটি উদ্বোধন কৰে মাননীয় গৃহ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই|

Haripriya Nath- Mina

I have reached 600 followers! Thank you for your continued support. I could not have done it without each of you. 🙏🤗🎉
29/09/2023

I have reached 600 followers! Thank you for your continued support. I could not have done it without each of you. 🙏🤗🎉

অসম ভিত্তিত অনুষ্ঠিত হৈ যোৱা চিত্ৰাংকণ প্ৰতিযোগিতাৰ ফলাফল।
26/07/2023

অসম ভিত্তিত অনুষ্ঠিত হৈ যোৱা চিত্ৰাংকণ প্ৰতিযোগিতাৰ ফলাফল।

অংকুৰণ প্ৰকাশন আৰু মাহেকীয়া শিশু আলোচনী ‘অকণিৰ অংকুৰণ’ৰ উদ্যোগত আয়োজিত ষষ্ঠ বাৰ্ষিক চিত্ৰাংকণ প্ৰতিযোগিতা ২০২....

দাৰ্জিলিং ..........
24/07/2023

দাৰ্জিলিং ..........

Address

Sorbhog
781317

Alerts

Be the first to know and let us send you an email when Prasanta Kumar Nath posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Prasanta Kumar Nath:

Share

Category