Rajadhap ৰজাঢাপ

Rajadhap ৰজাঢাপ Rajadhap

14/04/2026
14/04/2026

বয়োজ্যেষ্ঠ সেৱা

 #ৰজাঢাপ  #সন্মিলিত  #সাংস্কৃতিক  #কেন্দ্ৰৰ  #উদ্যোগত তথা  #ৰজাঢাপবাসীৰ সহযোগত আয়োজিত  #ৰঙালী  #বিহু  #আদৰণি  #অনুষ্ঠানৰ...
13/04/2026

#ৰজাঢাপ #সন্মিলিত #সাংস্কৃতিক #কেন্দ্ৰৰ #উদ্যোগত তথা #ৰজাঢাপবাসীৰ সহযোগত আয়োজিত #ৰঙালী #বিহু #আদৰণি #অনুষ্ঠানৰ কাৰ্যূসুচী -
1. ৰাতিপুৱা ৬.০০ বজাত - গৰু গা ধুওৱা পৰ্ব।
2. পুৱা ৯.০০ বজাত- পতাকা উত্তোলন।
উত্তোলক - ১. শ্ৰীযুত উৎপল গগৈ ২. শ্ৰীযুত সুশীল সন্দিকৈ
3. পুৱা ৯.৩০ বজাত- পৰম্পৰাগত কণী যুঁজ।
4. পুৱা ১০.০০ বজাত- বয়োজ্যেষ্ঠ লোকৰ সেৱা অনুষ্ঠান।
5. ১১.০০ বজাত- সমজোৱা জলপান গ্ৰহন।
6. ১২.০০ বজাত- নিমন্ত্ৰিত বিহু দলৰ বিহু প্ৰদৰ্শন।

***কাইলৈ গধুলিৰ পৰা জ্ঞাতিবৰ্গৰ চোতালত বিহু জোৰা হ`ব।***

গতিকে সকলো ৰাইজকে উক্ত অনুষ্ঠানত সহযোগ কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনোৱা হ`ল।

22/02/2026

ৰজাঢ়াপৰ COURT ৰ সন্মুখত নতুনকৈ আজিৰ পৰা গাহৰি কেজি ৩৫০₹ টকাকৈ বিক্ৰী কৰিছে , প্ৰত্যেক দেওবাৰে মাংস পাব

২০২৬ বৰ্ষৰ ভোগালী বিহু উপলক্ষে চৰাইদেউ জিলা প্ৰশাসনে ধাৰ্য কৰা খাদ্য সামগ্ৰীৰ মূল্য তালিকা এনে ধৰণৰ।
12/01/2026

২০২৬ বৰ্ষৰ ভোগালী বিহু উপলক্ষে চৰাইদেউ জিলা প্ৰশাসনে ধাৰ্য কৰা খাদ্য সামগ্ৰীৰ মূল্য তালিকা এনে ধৰণৰ।

 #ৰজাঢ়াপ_নামঘৰৰ_ভাগৱত_ভ্ৰমণৰ দৃশ্য' #মহাপুৰুষ  #শ্ৰীমন্ত  #শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে গুৰুজনাৰ শ্ৰীচৰণে শতকৌটি প্ৰণাম যা...
02/10/2025

#ৰজাঢ়াপ_নামঘৰৰ_ভাগৱত_ভ্ৰমণৰ দৃশ্য'

#মহাপুৰুষ #শ্ৰীমন্ত #শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে গুৰুজনাৰ শ্ৰীচৰণে শতকৌটি প্ৰণাম যাঁচি সেৱা আগবঢ়ালো।

#জয় #গুৰু #শ্ৰীমন্তশংকৰ
🙏 #কৃষ্ণ🙏

02/10/2025

I gained 572 followers, created 14 posts and received 256 reactions in the past 90 days! Thank you all for your continued support. I could not have done it without you. 🙏🤗🎉

Address

Sonari

Website

Alerts

Be the first to know and let us send you an email when Rajadhap ৰজাঢাপ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category