03/06/2026
আজি সন্ধিয়া ৬ বজাৰ পৰা 'প্ৰত্যাশা ২.০'ৰ বাবে বাছনি পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থীসকলৰ নম্বৰ তালিকা সদৌ অসম ছাত্ৰ সন্থাৰ ৱেবছাইট www.aasu.org.in ত উপলব্ধ হৈছে। সকলোৱে চাব পাৰিব।
এই নম্বৰ তালিকাৰ পৰা শীৰ্ষ ৫২ গৰাকীক মৌখিক সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ জনোৱা হ'ব।
অহা ৭ আৰু ৮ জুনত 'প্ৰত্যাশা ২.০' মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব।