BJP Charaideo District

BJP Charaideo District This is an Official page of BJP, Charaideo district. Operation handle of this page is under the District IT&SM and district President.
(1)

31/05/2026

ভাৰতীয় জনতা পাৰ্টি চৰাইদেউ জিলাৰ অন্তৰ্গত উদয়পুৰ গাঁও পঞ্চায়ত উদ্যোগত আৰু ৰাইজৰ সহযোগত মাহমৰা বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত শ্ৰদ্ধাৰ বিধায়ক শ্ৰীযুত সুৰুজ দিহিঙীয়া ডাঙৰীয়া দেৱক ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত বিহু প্ৰদৰ্শন...

Suruj Dehingia
Suruj Dehingia New
BJP Assam Pradesh

26/05/2026

ভাৰতীয় জনতা পাৰ্টিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ সম্বৰ্ধনা অনুষ্ঠানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ।

📍 শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ

আজি অসমৰ ৰাজধানী গুৱাহাটীৰ বাবে এক ঐতিহাসিক দিন। মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া*ই সন্ধিয়া ৩৭৬ কোটি...
22/05/2026

আজি অসমৰ ৰাজধানী গুৱাহাটীৰ বাবে এক ঐতিহাসিক দিন। মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া*ই সন্ধিয়া ৩৭৬ কোটি টকা ব্যয়ৰে নিৰ্মিত লালগণেশ আৰু চাইকেল ফেক্টৰী সংযোগী ড° শ্যামা প্ৰসাদ মুখাৰ্জী উৰণীয়া সেঁতু খন ৰাইজৰ বাবে মুকলি কৰি উৎসৰ্গা কৰিলে।

“কথাত নহয়, কামত বিশ্বাস” – এই আদৰ্শৰে আগবঢ়া আমাৰ মুখ্যমন্ত্ৰীৰ দৃঢ় নেতৃত্বত অসমৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত যি অভূতপূৰ্ব পৰিৱৰ্তন আহিছে, এই উৰণীয়া সেঁতুখন তাৰেই এক জ্বলন্ত উদাহৰণ।

এই সেঁতুখনে গুৱাহাটীৰ দীৰ্ঘদিনীয়া যান-জঁটৰ সমস্যা বহুখিনি লাঘৱ কৰিব। লালগণেশ, লোকৰা, বেলতলাৰ পৰা জালুকবাৰী, কামাখ্যা দিশলৈ অহা-যোৱা কৰা হাজাৰ হাজাৰ সাধাৰণ ৰাইজ, ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰীৰ দৈনন্দিন যাত্ৰা এতিয়াৰ পৰা হ’ব অধিক সুচল, দ্ৰুত আৰু নিৰাপদ।

সময় ৰাহি, ইন্ধন ৰাহি, প্ৰদূষণ কম – এয়া উন্নয়নৰ প্ৰকৃত অৰ্থ।

অসমক দেশৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়াৰ সংকল্প লৈ অহোৰাত্ৰি কাম কৰি থকা জননেতা শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আপোনাৰ গতিশীল নেতৃত্বত অসমৰ উন্নয়নৰ ৰথ এনেদৰেই আগুৱাই যাওক।

#বিকাশৰ_অসম #উন্নয়নৰ_যাত্ৰা

-

আমাৰ চৰাইদেউ জিলাৰ পৰা অসম বিধানসভালৈ নিৰ্ৱাচিত সোণৰী  বিধানসভাৰ বিধায়ক হিচাপে সপত গ্ৰহন কৰা শ্ৰদ্ধাৰ শ্ৰীযুত ধৰ্মমেশ্বৰ...
21/05/2026

আমাৰ চৰাইদেউ জিলাৰ পৰা অসম বিধানসভালৈ নিৰ্ৱাচিত সোণৰী বিধানসভাৰ বিধায়ক হিচাপে সপত গ্ৰহন কৰা শ্ৰদ্ধাৰ শ্ৰীযুত ধৰ্মমেশ্বৰ কোঁৱৰ আৰু মাহমৰা বিধানসভাৰ সমষ্টিৰ শ্ৰদ্ধাৰ বিধায়ক শ্ৰীযুত সুৰুজ দিহিঙীয়া ডাঙৰীয়ালৈ অলেখ শুভকামনা যাছিলোঁ৷

21/05/2026

16th ASSAM LEGISLATIVE ASSEMBLY FIRST SESSION, 21st May, 2026

20/05/2026

PM Shri Narendra Modi's remarks during India-Italy Joint Press Meet in Rome.

16/05/2026

LIVE: PM Shri Narendra Modi participates in a community programme in The Hague, Netherlands.

13/05/2026

প্ৰথমখন কেবিনেট বৈঠকৰ পাছত মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ।

12/05/2026

: বিজেপি মিত্ৰজোঁট চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ।

12/05/2026

অসমবাসীৰ সাহস, জন্মভূমিৰ অতন্দ্ৰ প্ৰহৰী...

Address

Sonari Town
Sonari
785691

Alerts

Be the first to know and let us send you an email when BJP Charaideo District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJP Charaideo District:

Share