জাগৰণ দ্য ৰাইজিং চান

জাগৰণ দ্য ৰাইজিং চান Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from জাগৰণ দ্য ৰাইজিং চান, Social service, Sonari.

শিক্ষাৰ্থীৰ বৌদ্ধিক উত্তৰণৰ পথত আমি হ’ব খোজো এখন সহায়ৰ হাত
সমাজ-সংস্কৃতি-সাহিত‍্য তথা ৰাজ‍্যখনৰ স্বাৰ্থত আমি হ’ব খোজো এটি শক্তিশালী মাত।

নাস্তি বিদ‍্যাসম্ চক্ষু
জয়তু জাগৰণ- দ‍্য ৰাইজিং চান।

On the Prelims There will be 15 Questions.• 40% General • 40% on Zubeen Garg & Bhupen Hazarika • 20% Assam & BihuOn the ...
25/04/2026

On the Prelims There will be 15 Questions.
• 40% General
• 40% on Zubeen Garg & Bhupen Hazarika
• 20% Assam & Bihu

On the Main round:
Total 5 Round
A special Round Completely on Assam

Regards
Jagoron-Balark

24/04/2026

#সম্ভাৱনাৰ_সঁফুৰা

24/04/2026

SAPIENTIA ৰ প্ৰথম বৰ্ষৰ বিজয়ী🌻

21/04/2026

জানিবলৈ চাওক সম্পূৰ্ণ ভিডিঅ'টি

18/04/2026

জাগৰণ - দ‍্য ৰাইজিং চান
বালাৰ্ক ত্ৰৈমাসিক পত্ৰিকা
সদৌ তাই আহোম ছাত্ৰ সন্থা শিৱসাগৰ মহকুমা সমিতিৰ নিবেদন:~
SAPIENTIA-2026
আৰু
সম্ভাৱনাৰ সঁফুৰা

🗓️ ২৬ এপ্ৰিল, ২০২৬।
📍যুৱদল, শিৱসাগৰ (বৰপুখুৰীৰ পাৰত)

বাপতিসাহোন ব’হাগ বিহুৰ বতৰত আমাৰ সদৌটিলৈ একান্তই আহ্বান~ খবৰটি প্ৰচাৰ কৰি দুয়োটি অনুষ্ঠান সফল কৰি তোলক।🙏

অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক ওলগ জনালোঁ। অসমীয়া নৱবৰ্ষই সকলোৰে জীৱনবোৰ ৰঙীন কৰক।
15/04/2026

অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক ওলগ জনালোঁ। অসমীয়া নৱবৰ্ষই সকলোৰে জীৱনবোৰ ৰঙীন কৰক।

সদৌটিলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জনালোঁ। নতুন দিনবোৰ ভাল হওক।🌻
14/04/2026

সদৌটিলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জনালোঁ। নতুন দিনবোৰ ভাল হওক।🌻

13/04/2026

শিৱসাগৰৰ পৰা সমূহ কুইজ অনুৰাগী, বৌদ্ধিক চৰ্চাৰ প্ৰতি আগ্ৰহী ৰাইজলৈ আমাৰ বাৰ্তা।

SAPIENTIA শীৰ্ষক সদৌ অসমভিত্তিক স্কুল কুইজ আৰু ‘সম্ভাৱনাৰ সফুঁৰা’ শীৰ্ষক বক্তৃতানুষ্ঠান।

তাৰিখটো নাপাহৰিব- ২৬ এপ্ৰিল, ২০২৬, দেওবাৰ।

12/04/2026

শিৱসাগৰৰ পৰা সমূহ কুইজ অনুৰাগী, বৌদ্ধিক চৰ্চাৰ প্ৰতি আগ্ৰহী ৰাইজলৈ আমাৰ বাৰ্তা।

SAPIENTIA শীর্ষক সদৌ অসমভিত্তিক স্কুল কুইজ আৰু 'সম্ভাৱনাৰ সফুঁৰা' শীর্ষক বক্তৃতানুষ্ঠান।

তাৰিখটো নাপাহৰিব- ২৬ এপ্রিল, ২০২৬, দেওবাৰ

আহিব দেই 🌻
11/04/2026

আহিব দেই 🌻

Address

Sonari
785690

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+918099350957

Website

Alerts

Be the first to know and let us send you an email when জাগৰণ দ্য ৰাইজিং চান posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to জাগৰণ দ্য ৰাইজিং চান:

Share

Category