02/12/2022
অসমৰ পিতৃস্বৰূপ চাওলুং চুকাফাৰ স্মৃতিত আৰু তেখেতৰ লগতে আহোমসকল সৌমাৰত উপস্থিত হোৱাৰ দিন ১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ) তাৰিখে অসমবাসীয়ে ১৯৮৭ চনৰ পৰা ‘‘অসম দিৱস’’ হিচাপে পালন কৰি আহিছে। ঐতিহাসিক দিনটোত পিতৃ পুৰুষ জনাক শ্ৰদ্ধাৰে সোঁৱৰিছো।
Rajapukhuri Gaon Panchayat
P.O. Tiokghat
Charaideo Assam 785690
Sonari
785690
Be the first to know and let us send you an email when Rajapukhuri Gaon Panchayat. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.
Send a message to Rajapukhuri Gaon Panchayat.: