ATTSA Sonari Branch

ATTSA Sonari Branch Start where you are....�
Use what you have....�
Do what you can......�

আগন্তুক ৫, ৬, ৭, আৰু ৮ তাৰিখে আটছা সোণাৰি শাখা সমিতিৰ উদ্যোগত বৰাহী চাহ বাগিছাত অনুষ্ঠিত হ'ব লগীয়া দিবা নৈশ প্ৰাইজমণি ও...
07/11/2024

আগন্তুক ৫, ৬, ৭, আৰু ৮ তাৰিখে আটছা সোণাৰি শাখা সমিতিৰ উদ্যোগত বৰাহী চাহ বাগিছাত অনুষ্ঠিত হ'ব লগীয়া দিবা নৈশ প্ৰাইজমণি ও ট্ৰফি ফুটবল প্ৰতিযোগিতাৰ উপলক্ষে নিমন্ত্ৰণ বিলোৱাৰ লগতে শাখাৰ এটা সজাতি দলে খেলপথাৰ পৰিদৰ্শন কৰোঁ।
Dhiraj Gowala
Jagdish Baraik

02/08/2024
02/08/2024
02/08/2024
02/08/2024
অসম চাহ জনজাতি ছাত্ৰ সন্থা সোণাৰি শাখা সমিতিৰ প্ৰতিবাদী কাৰ্যসূচীৰ দৃশ্য  #জয়তু_আটছা
02/08/2024

অসম চাহ জনজাতি ছাত্ৰ সন্থা সোণাৰি শাখা সমিতিৰ প্ৰতিবাদী কাৰ্যসূচীৰ দৃশ্য
#জয়তু_আটছা

02/08/2024

অসম চাহ জনজাতি ছাত্ৰ সন্থা সোণাৰি শাখা সমিতিৰ উদ্যোগত পুতলিকা দাহ কাৰ্যসূচী ৰূপায়ন।
কাজিৰঙা হাতিখুলি চাহ বাগিছাৰ ৫০ বিঘা মাটি অসম চৰকাৰে হায়াট কোম্পানীৰ মালিকক গতাই দিয়া কথা গম পাই চাহ জনগোষ্ঠী আৰু আটছাৰ ৰাজপথত প্ৰতিবাদ কৰা অৱস্থাত অসম পুলিচে নিৰ্মম ভাৱে লাঠি চালনা কৰা কাৰ্যক আমি আটছা সোণাৰি শাখাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ।
Dhiraj Gowala
Jagdish Baraik

#জয়তু_আটছা

07/03/2024
আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সোণাৰি মহাবিদ্যালয়ৰ ভৱন আৰু চৌহদ ব্যৱহাৰ কৰিবলৈ যোৱা ২৯/০২/২০২৪ তাৰিখে আয়ুক্ত মহোদয়ে সো...
07/03/2024

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সোণাৰি মহাবিদ্যালয়ৰ ভৱন আৰু চৌহদ ব্যৱহাৰ কৰিবলৈ যোৱা ২৯/০২/২০২৪ তাৰিখে আয়ুক্ত মহোদয়ে সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ চাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল।
আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা সোণাৰি শাখা সমিতিয়ে আয়ুক্ত মহোদয় আৰু নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছোঁ কাৰণ যদি মহাবিদ্যালয়ৰ ভৱন আৰু চৌহদ ব্যৱহাৰ কৰা হয় তেন্তে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ যথেষ্ট অসুবিধা হ'ব।
যোৱা ০৬/০২/২০২৪ তাৰিখ বুধবাৰে আয়ুক্ত মহোদয় লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা সময়ৰ কিছু দৃশ্য।

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা ও শুভকামনা জ্ঞ...
12/02/2024

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা ও শুভকামনা জ্ঞাপন কৰিলোঁ।

#জয়তো_আটছা
#জয়_আই_অসম

25/12/2023

অহা ২৯ তাৰিখে ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়, অসম'ৰ উদ্যোগত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ যুৱ মহোৎসৱত আমাৰ সোণাৰি অঞ্চলৰ লগতে চৰাইদেউ জিলাক প্ৰতিনিধিত্ব কৰিবলৈ অসম চাহ জনজাতি ছাত্ৰ সন্থা সোণাৰি শাখা'ৰ অন্তৰ্গত সোণাৰি মহাবিদ্যালয় সমিতিয়ে কৰা প্ৰস্তুতিৰ এক দৃশ্য।
প্ৰশিক্ষণ দিবলৈ আজি প্ৰশিক্ষক হিচাপে উপস্থিত থাকে আটছাৰ প্ৰাক্তন উপদেষ্টা, অসম উড়িয়া মহাসভাৰ সভাপতি, মঞ্জুশ্ৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শ্ৰদ্ধাৰ যোগেশ সোণা ডাঙৰীয়া, শাখাৰ সাধাৰণ সম্পাদক শ্ৰদ্ধাৰ গৌতম গোৱালা, সাংগঠনিক সম্পাদক শ্ৰী বিষ্ণু প্ৰধান।

Address

Sonari
785691

Website

Alerts

Be the first to know and let us send you an email when ATTSA Sonari Branch posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category