Jhanji

Jhanji District: Sivasagar & Jorhat. State: Assam. Country: India.

Jhanji is a historical place, and an advancing rural area on the bank of the River Jhanji, on the border of the districts of Sivasagar & Jorhat in Assam, India. Jhanji is a historical place, and an advancing rural area on the bank of the River Jhanji, on the border of the districts of Sivasagar & Jorhat in Assam, India.

•Basic Information:


Place : Jhanji. Latitude: 26.98264
Longitude: 94.65469


Pin Code: 785683
Highway: National Highway no.37
Nearest Railway Station: Amguri
Nearest Airport: Jorhat (Raroia)

Voluka Coding school ৰ উদ্যোগত Robotics ৰ ফ্ৰী Demo Class দেওবাৰৰ পৰা আৰম্ভ হʼব। আগ্ৰহী ছাত্ৰ-ছাত্ৰী সকলে যোগাযোগ কৰিব প...
06/02/2021

Voluka Coding school ৰ উদ্যোগত Robotics ৰ ফ্ৰী Demo Class দেওবাৰৰ পৰা আৰম্ভ হʼব। আগ্ৰহী ছাত্ৰ-ছাত্ৰী সকলে যোগাযোগ কৰিব পাৰে🤖🤖🤖

26/03/2020
05/09/2019
28/07/2019

Hirudar hex akhor (kobita) keita........
Pls Share| tag|Like this pic......
if you love him....

2012 চনৰ কথাৰে ..
20/06/2019

2012 চনৰ কথাৰে ..

মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম,সাত ৰঙেৰে মিনা কৰাই যতনেৰে তৰিম।কিন্‌কিনীয়া চকুলোৰে হুমুনিয়াহ ভাপকণেৰেপ্ৰণয় সুৰুয দেৱতা...
20/06/2019

মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম,
সাত ৰঙেৰে মিনা কৰাই যতনেৰে তৰিম।
কিন্‌কিনীয়া চকুলোৰে হুমুনিয়াহ ভাপকণেৰে
প্ৰণয় সুৰুয দেৱতাৰে জিলিকনি সানিম।
মেদুৰ মেঘৰ মাদল কোবাই
গগণে গগণা আলফুলে বাই
বিজুলা নটীৰ নাচোনটি চাই
ডেও দি ডেও দি নাচিম।
-কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা................... প্ৰণামো তোমাক

19/10/2018

প্ৰিয় কাব্যপ্ৰেমী
আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে , বৃহত্তৰ জাঁজী অঞ্চলৰ (জাঁজী নৈৰ কাষৰীয়া ) ন -পুৰণি কবিসকলৰ স্ব-ৰচিত কবিতাৰ এখনি সংকলন প্ৰকাশ কৰাৰ আয়োজন কৰা হৈছে ।
আগন্তুক নৱেম্বৰ ২০১৮ মাহৰ শেষৰফালে উন্মোচিত হৱলগীয়া কবিতাৰ সংকলনৰ বাবে জাঁজী নৈৰ কাষৰীয়া কবিসকলৰ পৰা জন্ম তাৰিখ, একপি পাছপৰ্ট ফটো সহ দুটাকৈ স্বৰচিত কবিতা তলৰ হোৱাটছ‌এপ নম্বৰত নৱেম্বৰ ০৭ তাৰিখৰ ভিতৰত জমা দিবলৈ অনুৰোধ জনোৱা হ'ল ।

W no -
8486694234 / 9577429211
জাঁজী , শিৱসাগৰ
৭৮৫৬৮৩
(বিশদ বিৱৰণৰ বাবে ওপৰোক্ত নম্বৰতে যোগাযোগ কৰিব পাৰে )

জাঁজী জামুগুৰি নিবাসী ,অৰুণাচল প্ৰদেশৰ অৱসৰ প্ৰাপ্ত শিক্ষা বিষয়া,চন্দ্ৰধৰ গগৈ শংকৰদেৱ শিশু/বিদ্যা নিকেতনৰ প্ৰতিষ্ঠাপক প্...
29/09/2018

জাঁজী জামুগুৰি নিবাসী ,অৰুণাচল প্ৰদেশৰ অৱসৰ প্ৰাপ্ত শিক্ষা বিষয়া,চন্দ্ৰধৰ গগৈ শংকৰদেৱ শিশু/বিদ্যা নিকেতনৰ প্ৰতিষ্ঠাপক প্ৰধান আচাৰ্য, ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত শিক্ষক, সমাজকৰ্মী কালী প্ৰসাদ খাওণ্ড দেৱৰ আজি পুৱতি নিশা বাৰ্দ্ধক্যজনিত কাৰণত ৯৫ বছৰ বয়সত দেহাৱসান ঘটে। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। ওঁ শান্তি।

17/07/2018

আধাৰ Enrollment সম্পূৰ্ণ বিনামূলীয়া আৰু স্বেচ্ছামূলক। Enrollment ৰ ৯৬ ঘন্টাৰ ভিতৰত কৰা যিকোনো সালসলনি/শুধৰণিও বিনামূলীয়া। পৰৱৰ্তী কালত কৰা শুধৰণি/সালসলনিৰ বাবেহে ২৫ টকা মাচুল দিব লাগে (বায়'মেট্ৰিক আৰু ডেমগ্ৰাফিক দুয়োটাৰ বাবে সুকীয়া)।
কোনোবাই যদি আধাৰ এনৰ'লমেন্টৰ বাবে ৫০/- টকা লৈছে কৰ্তৃপক্ষক অভিযোগ দিয়ক।

Address

Jhanji
Sivasagar
785683

Opening Hours

Monday 12am - 12pm
Tuesday 12am - 12pm
Wednesday 12am - 12pm
Thursday 12am - 12pm
Friday 12am - 12pm
Saturday 12am - 12pm
Sunday 12am - 12pm

Website

Alerts

Be the first to know and let us send you an email when Jhanji posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Jhanji:

Share