Simaluguri Nagar LPS

Simaluguri Nagar LPS ✍️Education
🤸Activity
🧘Motivation
🌟 Learning today, Leading tomorrow

30/03/2026

শিমলুগুৰি নগৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা "আৰ্ট এণ্ড ক্ৰাফ্ট" প্ৰতিযোগিতাৰ কিছু মূহুৰ্ত ।




আজি বিদ্যালয়ত পঞ্চম শ্ৰেণীৰ বিদায় সভা অনুষ্ঠিত কৰা হয় 🙏❤️ প্ৰাথমিক শিক্ষা শেষ কৰি তেওঁলোকে মাধ্যমিক শিক্ষাৰ দিশে ধাৱম...
14/03/2026

আজি বিদ্যালয়ত পঞ্চম শ্ৰেণীৰ বিদায় সভা অনুষ্ঠিত কৰা হয় 🙏❤️ প্ৰাথমিক শিক্ষা শেষ কৰি তেওঁলোকে মাধ্যমিক শিক্ষাৰ দিশে ধাৱমান হোৱাৰ ক্ষণতে আমি সকলোৱে তেওঁলোকক অকণমান মৰম আৰু আশীৰ্বাদ যাচিলোঁ 🎉💐




21/02/2026

Celebration time 💐🎈
Warm Welcome for Class 1



আজি শিমলুগুৰি নগৰ প্ৰাথমিক বিদ্যালয়ত ২০২৫-২০২৬ বৰ্ষৰ শিশু মেলাৰ দ্বিতীয় মূল্যায়ন অনুষ্ঠিত কৰা হয়। শিশু সকলক বিদ্যালয...
20/02/2026

আজি শিমলুগুৰি নগৰ প্ৰাথমিক বিদ্যালয়ত ২০২৫-২০২৬ বৰ্ষৰ শিশু মেলাৰ দ্বিতীয় মূল্যায়ন অনুষ্ঠিত কৰা হয়। শিশু সকলক বিদ্যালয়মুখী কৰাৰ ক্ষেত্ৰত এই শিশু মেলাই বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আমি আশাবাদী ।
☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️




📍যা কুন্দেন্দু তুষাৰহাৰা ধৱলা যা শ্বেত পদ্মাসনা। যা বীণা বৰদণ্ডমণ্ডিত কৰা যা শুভ্ৰবস্ত্ৰাবৃতা।। যা ব্ৰহ্মাচ্যুত-শঙ্কৰ প্...
23/01/2026

📍যা কুন্দেন্দু তুষাৰহাৰা ধৱলা যা শ্বেত পদ্মাসনা। যা বীণা বৰদণ্ডমণ্ডিত কৰা যা শুভ্ৰবস্ত্ৰাবৃতা।। যা ব্ৰহ্মাচ্যুত-শঙ্কৰ প্ৰভৃতিভিদেৱৈঃ সদা বন্দিতা। সামাং পাতু সৰস্বতী ভগৱতী নিঃশেষজাড্যাপহা।।

📍 আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতীৰ পূজা। শিমলুগুৰি নগৰ প্ৰাথমিক বিদ্যালয়তো অনুষ্টুপীয়াকৈ সৰস্বতী পূজা আয়োজন কৰা হয়।



📍১৮/০১/২৬ তাৰিখে 'অমৃত ভাৰত এক্সপ্ৰেছ' নামৰ এখন নতুন ৰে'লৰ শুভাৰম্ভণি কৰা হয় । ইয়াৰ লগতে সংগতি ৰাখি শিমলুগুৰি জংচনৰ কৰ...
20/01/2026

📍১৮/০১/২৬ তাৰিখে 'অমৃত ভাৰত এক্সপ্ৰেছ' নামৰ এখন নতুন ৰে'লৰ শুভাৰম্ভণি কৰা হয় । ইয়াৰ লগতে সংগতি ৰাখি শিমলুগুৰি জংচনৰ কৰ্মকৰ্তা সকলৰ তৰফৰ পৰা আমাৰ বিদ্যালয় শিমলুগুৰি নগৰ প্ৰাথমিক বিদ্যালয়ৰ চিত্ৰাংকন, ৰচনা আৰু কুইজ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক উৎসাহিত কৰাৰ উদ্দেশ্যে বিশেষ বঁটা প্ৰদান কৰে ।



🔸 শিল্পী দিৱসৰ লগত সংগতি ৰাখি আজি বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । আনুষ্ঠানিক ...
17/01/2026

🔸 শিল্পী দিৱসৰ লগত সংগতি ৰাখি আজি বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । আনুষ্ঠানিক শিক্ষাৰ লগতে শিশু সকলক সহ বিদ্যায়তনিক দিশতো পাৰ্গত কৰি তোলাটো আমাৰ লক্ষ্য হোৱা উচিত 🙏🙏



📌. আজি বিদ্যালয়ত বাৰ্ষিক খেল-ধেমালিৰ বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। লগতে বিদ্যালয়ৰ বিদ্যায়তনিক দিশত সৰ্বোচ্চ ...
05/01/2026

📌. আজি বিদ্যালয়ত বাৰ্ষিক খেল-ধেমালিৰ বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। লগতে বিদ্যালয়ৰ বিদ্যায়তনিক দিশত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান পাবলৈ সক্ষম হোৱা শিক্ষাৰ্থীকেইজনক বিশেষ বঁটাৰে পুৰস্কৃত কৰা হয়। তাৰে কিছু স্থিৰচিত্ৰ ইয়াতে সাঁচি ৰাখিলোঁ 🏆🎉💐



12/12/2025

👉 ভেশচন প্ৰতিযোগিতা 😁🙏

👉Simaluguri Nagar LP

👉 School Week 2025
12/12/2025

👉 School Week 2025




Address

Simaluguri

Website

Alerts

Be the first to know and let us send you an email when Simaluguri Nagar LPS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share