09/04/2026
আজি কেৱল ভোটদানৰ দিন নহয়,
এইটো আপোনাৰ অধিকাৰ, মৰ্যাদা আৰু ভৱিষ্যৎ নিৰ্ধাৰণৰ দিন।
অসমৰ মাটিৰ পৰা ঝাৰখণ্ড মুক্তি মৰ্চা (JMM)য়ে সকলো সহযাত্রীসকলক আহ্বান জনাইছে—
নিশ্চয়কৈ নিজৰ ভোট প্ৰদান কৰক, কাৰণ আপোনাৰ প্ৰতিটো ভোট
অন্যায়, মিছা আৰু উপেক্ষাৰ বিপক্ষে আপোনাৰ স্বৰ।
একেলগে আপোনাৰ অধিকাৰ, আপোনাৰ মৰ্যাদা আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে
তীৰ-ধনু চিহ্নত ভোট দিয়ক।
সংগ্ৰাম ৰুকিব নোৱাৰিব, সংগ্ৰাম জিকিব।
জয় অসম!
জোহাৰ!