OBC Morcha Sivasagar District

OBC Morcha Sivasagar District সকলোৰে সহযোগত - সকলোৰে বিকাশ - সকলোৰে বিশ্বাস ।

জনপ্ৰিয় মূখ্য মন্ত্ৰী মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰী সভাত স্থান লাভ কৰা ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয়...
04/06/2026

জনপ্ৰিয় মূখ্য মন্ত্ৰী মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰী সভাত স্থান লাভ কৰা ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় বিধায়ক সকললৈ বিজেপি,অন্যান্য পিছপৰা শ্ৰেণী (অ.বি.চি) মৰ্চা , শিৱসাগৰ জিলা সমিতিৰ তৰফৰপৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।


Bjp Obc Morcha Assam Pradesh
BJP Assam Pradesh
Himanta Biswa Sarma
Dhrubajyoti Changmai
Subhas Dutta

নৱনিৰ্বাচিত বিধায়ক ডিমৌ সমষ্টিৰ সুশান্ত বৰগোঁহাই আৰু নাজিৰা সমষ্টিৰ ময়ুৰ বৰগোহাঁই‌ দুয়োলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্...
05/05/2026

নৱনিৰ্বাচিত বিধায়ক ডিমৌ সমষ্টিৰ সুশান্ত বৰগোঁহাই আৰু নাজিৰা সমষ্টিৰ ময়ুৰ বৰগোহাঁই‌ দুয়োলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ।

আশা কৰোঁ, আপোনালোকৰ দূৰদৰ্শী নেতৃত্বত সমষ্টি দুয়োটা উন্নয়ন, শান্তি আৰু সমৃদ্ধিৰ পথত অধিক দ্ৰুতগতিত আগবাঢ়িব। জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰি এখন সুন্দৰ আৰু উন্নত সমাজ গঢ়াৰ ক্ষেত্ৰত আপোনালোক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

ভৱিষ্যতৰ সকলো দায়িত্ব আৰু কৰ্মযজ্ঞত সফলতা কামনা কৰি পুনৰ এবাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।



Mayur Borgohain
Sushanta Borgohain
Dhrubajyoti Changmai
Subhash Dutta
Bjp Obc Morcha Assam Pradesh

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, শিৱসাগৰ জিলাৰ সংঘচালক কমলেশ্বৰ শইকীয়া ডাঙৰীয়াৰ বিয়োগৰ খবৰ শুনি আমি অতিশয় মৰ্মাহত হলোঁ। পৰম শ্ৰদ...
01/05/2026

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, শিৱসাগৰ জিলাৰ সংঘচালক কমলেশ্বৰ শইকীয়া ডাঙৰীয়াৰ বিয়োগৰ খবৰ শুনি আমি অতিশয় মৰ্মাহত হলোঁ। পৰম শ্ৰদ্ধাৰ শইকীয়া ডাঙৰীয়াৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।
তেখেতৰ পৰলোকপ্ৰাপ্তি সামাজিক ক্ষেত্ৰখনৰ বাবে বাবে এক অপূৰণীয় ক্ষতি।

।। ঔঁম শান্তি ।।

সমুহ ৰাইজলৈ বাপতিসাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা ওলগ জনালোঁ।   #ৰঙালী_বিহু
15/04/2026

সমুহ ৰাইজলৈ বাপতিসাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা ওলগ জনালোঁ।


#ৰঙালী_বিহু

ৰাষ্ট্ৰ সেৱাৰ বাবে সমৰ্পিত, অন্তোদয়ৰ আদৰ্শৰে উদ্বুদ্ধ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱসত সমূহ কাৰ্যকৰ্তালৈ আন্তৰিক অভ...
06/04/2026

ৰাষ্ট্ৰ সেৱাৰ বাবে সমৰ্পিত, অন্তোদয়ৰ আদৰ্শৰে উদ্বুদ্ধ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱসত সমূহ কাৰ্যকৰ্তালৈ আন্তৰিক অভিনন্দন।

05/04/2026

শিৱসাগৰ… স্বাভিমানী শিৱসাগৰ
বহু বছৰে ৰাজনীতিৰ কেন্দ্ৰবিন্দু।
কিন্তু আজি এটা সৰল প্ৰশ্ন—
👉 এই সমষ্টিয়ে সঁচাকৈ কি লাভ কৰিলে?
যোৱা ৫ বছৰৰ পিছতো—
❌ এখন উন্নত চিকিৎসালয় নাই
❌ এখন মানসম্মত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নাই
❌ নতুন উদ্যোগ-কাৰখানা নাই
❌ যুৱপ্ৰজন্মৰ বাবে(ক্ষুদ্য উদ্যোগ) ত চাকৰিৰ সুযোগই নাই
❌ নগৰখনত পৰিকল্পিত ব্যৱস্থাৰ অভাৱেই আছে
এইবোৰ কেৱল অভিযোগ নহয়—এইবোৰ হৈছে বাস্তৱতা।
হয়, আমাৰ আছে ইতিহাস—
✔️ ৰংঘৰ
✔️ কাৰেংঘৰ
✔️ শিৱদৌল, দেৱীদৌল
✔️ শিৱসাগৰ, জয়সাগৰ
কিন্তু ইতিহাসেৰে উন্নয়ন নহয়—
উন্নয়ন লাগে পৰিকল্পনা, দায়িত্ব আৰু কাৰ্য্যক্ষমতা।
👉 ৫ বছৰ সময় কম নাছিল।
👉 সুযোগো কম নাছিল।
তেন্তে প্ৰশ্নটো স্পষ্ট—
✍️এই সময়ছোৱাত উন্নয়ন ক’ত?
যেতিয়া যোৰহাট আৰু ডিব্ৰুগড় আগবাঢ়ি গৈছে,
তেতিয়া শিৱসাগৰ কিয় ৰৈ আছে?
👉 আমি কেৱল আৱেগত ভোট দিম নেকি?
👉 নে আমি উন্নয়নৰ হিচাপ বিচাৰিম?

সময় আহিছে—
🔴 প্ৰশ্ন কৰাৰ
🔴 জবাবদিহিতা দাবী কৰাৰ
🔴 ভৱিষ্যৎৰ কথা ভাবি সিদ্ধান্ত লোৱাৰ
শিৱসাগৰৰ মানুহ সচেতন।
এইবাৰ সিদ্ধান্ত সচেতনতাৰে লব লাগিব।

কথা দিলোঁ.... #আকৌ_এবাৰ_মোদী_চৰকাৰ       Bjp Obc Morcha Assam Pradesh BJP Assam Pradesh
04/04/2026

কথা দিলোঁ....
#আকৌ_এবাৰ_মোদী_চৰকাৰ



Bjp Obc Morcha Assam Pradesh
BJP Assam Pradesh

সকলোকে উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ
03/04/2026

সকলোকে উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ

আজি হনুমান জয়ন্তীৰ এই পৱিত্ৰ ক্ষণত পৱনপুত্ৰ হনুমানৰ চৰণত শতকোটি প্ৰণিপাত জনাইছোঁ। ভগৱান বজৰংবলীৰ অসীম কৃপা আৰু আশীৰ্বাদ...
02/04/2026

আজি হনুমান জয়ন্তীৰ এই পৱিত্ৰ ক্ষণত পৱনপুত্ৰ হনুমানৰ চৰণত শতকোটি প্ৰণিপাত জনাইছোঁ। ভগৱান বজৰংবলীৰ অসীম কৃপা আৰু আশীৰ্বাদে সকলোৰে জীৱনৰ দুখ-কষ্ট আঁতৰ কৰি সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক।

জয় হনুমান 🚩🚩🚩


30/03/2026


As a part of the Mera Booth Sabse Mazboot programme, Prime Minister Narendra Modi speaks with the booth Karyakartas of Assam via NaMo App. ...

Address

Sivasagar
Sibsagar
785640

Website

Alerts

Be the first to know and let us send you an email when OBC Morcha Sivasagar District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share