Demow Municipal Board Official

Demow Municipal Board Official Demow Municipal Board ,Demow ,
Dist:Sibsagar, Assam. Establishment Year :2012

03/03/2026
03/03/2026
26/02/2026
23/02/2026
14/02/2026

আপোনালোকৰ সুবিধাৰ্থে, এই video টো চাই আপুনি আপোনাৰ সম্পত্তিৰ কৰ ঘৰৰ পৰাই দিব পাৰিব ।

শিৱসাগৰ জিলাৰ ৯৫ নং ডিমৌ বিধানসভা সমষ্টিৰ খেলুৱা গাওঁ পঞ্চায়তৰ বাকচু কটকী কোঁচ গাৱঁৰ বৰবিল খেলপথাৰত অসম ৰাজ্যিক গ্রামীণ ...
29/01/2026

শিৱসাগৰ জিলাৰ ৯৫ নং ডিমৌ বিধানসভা সমষ্টিৰ খেলুৱা গাওঁ পঞ্চায়তৰ বাকচু কটকী কোঁচ গাৱঁৰ বৰবিল খেলপথাৰত অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোটৰ মহিলাসকললৈ অসমৰ মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অভিলাসী আচনি "মুখ্যমন্ত্রী মহিলা উদ্যমিতা আচনি'ৰ অধীনত প্ৰথম পৰ্যায়ৰ ১০০০০ টকাৰ চেক বিতৰণ কাৰ্যসূচী আজি ইংৰাজী ২৮-০১-২০২৬ তাৰিখে আনুষ্ঠানিকভাবে সম্পন্ন হয়।

এই অনুষ্ঠানত ডিমৌ বিধানসভা সমষ্টিৰ অধীনৰ ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অন্তৰ্গত ৭৭৯ গৰাকী মহিলাই মুখ্যমন্ত্রী মহিলা উদ্যমিতা আচনিৰ পুজিৰ চেক লাভ কৰে।

ইয়াৰ দ্বাৰা সকলো ডিমৌ বাসী ৰাইজক জনোৱা হৈছে যে হাউছিং কলনী আৰু এ চি চি ৰোড সংযোগী পথত গতিৰোধকৰ কাম চলি থকা বাবে আজি ( 29...
29/01/2026

ইয়াৰ দ্বাৰা সকলো ডিমৌ বাসী ৰাইজক জনোৱা হৈছে যে হাউছিং কলনী আৰু এ চি চি ৰোড সংযোগী পথত গতিৰোধকৰ কাম চলি থকা বাবে আজি ( 29/01/2025) অস্থায়ী ভাবে বন্ধ আছে । গতিকে সকলোকে বিকল্প পথ ব্যৱহাৰ কৰিবৰ অনুৰোধ কৰা হল ।

সমূহ দেশবাসীৰ লগত ডিমৌ পৌৰসভাতো উদযাপন কৰা হল দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস 🇮🇳🇮🇳🇮🇳🇮🇳
26/01/2026

সমূহ দেশবাসীৰ লগত ডিমৌ পৌৰসভাতো উদযাপন কৰা হল দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস 🇮🇳🇮🇳🇮🇳🇮🇳

Address

Demow
Sibsagar
785622

Opening Hours

Monday 10am - 5pm
Tuesday 10am - 5pm
Wednesday 10am - 5pm
Thursday 10am - 5pm
Friday 10am - 5pm
Saturday 10am - 5pm

Alerts

Be the first to know and let us send you an email when Demow Municipal Board Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Demow Municipal Board Official:

Share