সন্মিলিত প্ৰয়াস সেউজ আমাৰ সপোন

  • Home
  • India
  • Sibsagar
  • সন্মিলিত প্ৰয়াস সেউজ আমাৰ সপোন

সন্মিলিত প্ৰয়াস সেউজ আমাৰ সপোন Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from সন্মিলিত প্ৰয়াস সেউজ আমাৰ সপোন, Library, Demow Lachit Nagar, Sibsagar.

02/01/2025
02/01/2025
31/12/2024

#ত্ৰিশূলfun

এই হেন ঠেণন্ডাটো ac লৈ কাজিয়া.....আছল কথা হৈছে প্ৰদুৰ খন বিলাক।

-wah কত আছিলগৈ এই কেইডিন।
-,,ককাই মাল এটা চুৰি কৰা ধাণ্ডত।
-ki মাল o।
Police ফুকিব দিয়াটো, নিজে খাই ফুকি লেবেল সাই হে ঘৰ যাম নহলে 10ক ফাইন।

30/07/2023

Maamannan must watch

Masked unmasked
30/07/2023

Masked unmasked

““कन्हैया कुमार” को BJP ने टुकड़े टुकड़े गैंग कह कर दुष्प्रचारित किया. भाजपा के लद्दाख से सांसद की पत्नी और JNU की पूर्....

সন্মিলিত প্ৰয়াসে এই বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰা "চুমিলা শিশু প্ৰেমিক" সন্মান, ২০২১ বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্পৰ ...
16/11/2021

সন্মিলিত প্ৰয়াসে এই বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰা "চুমিলা শিশু প্ৰেমিক" সন্মান, ২০২১ বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্পৰ অধীনত সোণাপুৰ চাহ বাগিছাত অৱস্থিত বিশেষ শিশু প্ৰশিক্ষণ কেন্দ্ৰৰ শিক্ষয়িত্ৰী ননী বৰুৱাক প্ৰদান কৰা হয়। আজি সোণাপুৰ চাহ বাগিছাৰ বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত আয়োজিত শিশু দিৱসত এই সন্মান ননী বৰুৱাক প্ৰদান কৰে ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্পৰ কামৰূপ জিলাৰ প্ৰকল্প সঞ্চালিকা মৌচুমী মহন্ত মহোদয়াই। এই সন্মানত বৰুৱা মহোদয়াক এখনি প্ৰশস্তি পত্ৰ, এখনি এৰি চাদৰ আৰু এটা গ্ৰন্থ টোপোলা আগবঢ়োৱা হয়।

আজি এই অনুষ্ঠানতে মৌচুমী মহন্তৰ সহযোগত সন্মিলিত প্ৰয়াসে সোণাপুৰ চাহ বাগিছাৰ শিশু সকললৈ গ্ৰন্থ উপহাৰ আগবঢ়াই।

সোণাপুৰ চাহ বাগিছা বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত উদযাপিত শিশু দিৱসত শিশু সকলে বিহু নৃত্য, ঝুমুৰ , লাঠি খেল আদি অনুপমৰূপত পৰিবেশন কৰে ..

আজি এই অনুষ্ঠানত উপস্থিত শিশুসকলৰ বাবে দুপৰীয়া আহাৰ সুব্যৱস্থা কৰি দিয়া মানৱ দৰদী বাসন্তী দাস, ধজেন দাসৰ পৰিয়ালৰ লগতে মৌচুমী মহন্তলৈ অনুষ্ঠানৰ এজন অংশীদাৰ হিচাপে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

আজি দিনটো সন্মিলিত প্ৰয়াসৰ বাবে এক অন্যতম শ্ৰেষ্ঠ দিন। এই কেন্দ্ৰত ননী বৰুৱা বাইদেইহঁতৰ সংস্পৰ্শত চাহ বাগিছাৰ শিশু সকলে লাভ কৰা জ্ঞান তথা চাৰিত্ৰিক সুস্থতা, নম্ৰ আচৰণ আৰু মৰমৰ নমুনা দেখি আমি নিজকে অতিশয় ধন্য মানিছোঁ।

সদৌ শেষত আজি অনুষ্ঠানটি সফল কৰাত শ্ৰদ্ধাৰ মৌচুমী মহন্তই যি কষ্ট ত্যাগ স্বীকাৰ কৰি আমাক সহায় কৰিলে তাৰবাবে তেওঁলৈ সন্মিলিত প্ৰয়াসে শ্ৰদ্ধাসমৃদ্ধ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।......

গ্ৰন্থপ্ৰেমী ৰাইজৰ সহযোগিতা একান্তই কামনা কৰিলো....
03/11/2021

গ্ৰন্থপ্ৰেমী ৰাইজৰ সহযোগিতা একান্তই কামনা কৰিলো....

আজি লক্ষীমপুৰৰ সমলয় বুক ডিপোত শিশু সকলৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰাচীৰ পত্ৰিকা "ৰেঙণি" উন্মোচন কৰা হয়....
14/10/2021

আজি লক্ষীমপুৰৰ সমলয় বুক ডিপোত শিশু সকলৰ দ্বাৰা প্ৰস্তুত কৰা
প্ৰাচীৰ পত্ৰিকা "ৰেঙণি" উন্মোচন কৰা হয়....

30/09/2021

সন্মিলিত প্ৰয়াসৰ ৩য় বৰ্ষপূৰ্তিত আমি
আমাৰ প্ৰতিজন শুভাকাঙ্খীলৈ আন্তৰিক ধন্যবাদ ও অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাক আগুৱাই যাবলৈ দিয়া সাহসৰ বাবে আমি সদায় আপোনালোকৰ ওচৰত কৃতজ্ঞ...

Address

Demow Lachit Nagar
Sibsagar
785662

Telephone

7002411452

Website

Alerts

Be the first to know and let us send you an email when সন্মিলিত প্ৰয়াস সেউজ আমাৰ সপোন posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category