18/03/2026
ভাৰতত emargency (ৰাষ্ট্ৰপতি শাসনৰ) সময়ত ১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈকে ফকৰুদ্দিন আলি আহমেদ ৰাষ্ট্ৰপতি আছিলে আৰু সেই সময়ত জনসংখ্যা নিয়ন্ত্ৰণৰ নামত ৬০০০০০ হিন্দুৰ জোৰকৈ sterilization মানে সন্তান জন্ম নোহোৱাকৈ অপাৰেচন কৰা হৈছিলে , বিপক্ষৰ নেতা সকলক জেইলত ভৰাই থৈছিলে , ভাৰতৰ সংবাদমাধ্যমত censorship লগোৱা হৈছিলে , কোনোধৰণৰ বাতৰি প্ৰকাশ কৰিবলৈ দিয়া নাছিলে ,কেবল Indian express, the statesman দৰে কেইটামান সংবাদ মাধ্যম হে আছিলে আৰু সিহঁতেও চৰকাৰৰ (ইন্দিৰা গান্ধী, ফকৰুদ্দিন আলি আহমেদ)পক্ষতেই লিখিছিলে বা কৈছিলে ।।
** ফকৰুদ্দিন আলি আহমেদ মৃত্যুৰ পিছত ১৯৭৯ চনত ফকৰুদ্দিনৰ পত্নী আবিদা বেগমে যেতিয়া বৰপেটাৰ ভবানিপুৰ সমস্তিত নিৰ্বাচনি কাগজ জমা দিবলৈ আৰু প্ৰচাৰ কৰিবলৈ যোৱাতে ১০ ডিচেম্বৰ ১৯৭৯ চনত আবিদা বেগমৰ কথামতেই পুলিচে ( sp গিলে) বাংলাদেশী বহিষ্কাৰৰ দাবীত প্ৰতিবাদ কৰিবলৈ অহা সদৌ অসম ছাত্ৰ সন্থাৰ ওপৰত লাঠি চাৰ্জ কৰে আৰু সিদিনাই অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু হয় ,যাৰ বাবে সম্পূৰ্ণ দাই আছিলে ফকৰুদ্দিন আলি আহমেদ পত্নী আবিদা বেগম ।।। আৰু ২০১৮ যেতিয়া নাগৰিকত্ব সংশোধনী আইন NRC তালিকা প্ৰস্তুত হয় তাত ফকৰুদ্দিন আলি আহমেদ 🤣🤣🤣 বংশৰ কোনো লিংকেই দিব নোৱাৰিলে বাবে অসমৰ পৰা পলাব লগা হৈছে ।। 🤣🤣🤣🫵🫵🫵 তেনেকুৱা এজন ব্যক্তিৰ নামত বৰপেটাত বা অসমত কি বাল কামে চিকিৎসালয় বনাব লাগে ??? গুৱাহাটী মেডিকেল কলেজ, যোৰহাট মেডিকেল কলেজ, নলবাৰী মেডিকেল কলেজ কাৰো নামত নাই গতিকে বৰপেটাতো থাকিব নালাগে বিশেষকৈ অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ হত্যাকাণ্ডৰ লগত জৰিত আবিদা বেগমেৰ চৌহৰ ফকৰুদ্দিন আলি আহমেদৰ নামত ।।। 👇👇👇 NRC ত নাম নোহোৱা প্ৰমাণ