Yuva Sakti

Yuva Sakti Social Services

বিজেপি হৈ  শিৱসাগৰত বহু কামে এটা সময়ত আপুনি কৰি থৈ গৈছিল এতিয়া ব্যক্তিগত ভাৱে নিজে এখন যুঁজত নামিছে। বহুত বহুত শুভকামনা ...
27/03/2026

বিজেপি হৈ শিৱসাগৰত বহু কামে এটা সময়ত আপুনি কৰি থৈ গৈছিল এতিয়া ব্যক্তিগত ভাৱে নিজে এখন যুঁজত নামিছে। বহুত বহুত শুভকামনা জনালো

শিৱসাগৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ড° ভৱেন্দ্ৰ নাথ মহনো চৰ্চাত
fans

21/08/2020

যুৱ প্ৰজন্মক উৎসাহিত কৰিব পৰা ড. ভবেন্দ্ৰ নাথ মহন দেৱৰ এটি সুন্দৰ বক্তব্য আগবঢ়ালো....

শিৱসাগৰ সমষ্টিৰ বানেধোৱা পানবেচা, শান্তিপুৰ,দিচাংমুখৰ ৰাইজৰ লগত দুখৰ সমভাগি হবলৈ উপস্থিত হয়  অসম প্ৰদেশ BJP ৰ ৰাজ্যিক সা...
27/07/2020

শিৱসাগৰ সমষ্টিৰ বানেধোৱা পানবেচা, শান্তিপুৰ,দিচাংমুখৰ ৰাইজৰ লগত দুখৰ সমভাগি হবলৈ উপস্থিত হয় অসম প্ৰদেশ BJP ৰ ৰাজ্যিক সাংগঠনিক সচিব গিতাৰ্থ গোস্বামী ডাঙৰীয়া , ৰাজ্যিক সম্পাদক ডঃ ভবেন্দ্ৰ নাথ মহন ডাঙৰীয়া আৰু ৰাজ্যিক সদস্য বিজিত গগৈ ডাঙৰীয়া।

।।কৰ্মই যি সকলৰ ধৰ্ম।।🙏🙏

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা দেৱলৈ ''ভাৰতৰত্ন'' সন্মান (মৰণোত্তৰভাৱে) আগবঢ়োৱা সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ । লগতে প্ৰাক্তন ৰা...
25/01/2019

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা দেৱলৈ ''ভাৰতৰত্ন'' সন্মান (মৰণোত্তৰভাৱে) আগবঢ়োৱা সিদ্ধান্ত কেন্দ্ৰীয়
চৰকাৰৰ । লগতে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী আৰু প্ৰয়াত নানাজী দেশমুখলৈয়ো ''ভাৰতৰত্ন সন্মান'' আগবঢ়োৱা হৈছে ।

স্বৰ্গীয় অটলজীৰ দিনত গোপীনাথ বৰদলৈয়ে ভাৰতৰত্ন পাইছিল আৰু এতিয়া মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিলে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা দেৱক । অসমবাসীৰ বাবে হোৱা এই দুয়োটা ঐতিহাসিক ঘোষণা ভাৰতীয় জনতা পাৰ্টি দিনতে হৈছে ।
ধন্যবাদ জনালো #নৰেন্দ্ৰ_মোদী ডাঙৰীয়ালৈ .…...

আজি ২৮/১২/২০১৮ তাৰিখে অনুষ্ঠিত শিৱসাগৰ শান্তিপুৰ পঞ্চায়তৰ যুৱমৰ্চাৰ সাংগঠনিক সভা। # #উপস্থিত আছিল খেলুৱা মণ্ডল যুৱমৰ্চাৰ...
28/12/2018

আজি ২৮/১২/২০১৮ তাৰিখে অনুষ্ঠিত শিৱসাগৰ শান্তিপুৰ পঞ্চায়তৰ যুৱমৰ্চাৰ সাংগঠনিক সভা।
# #উপস্থিত আছিল খেলুৱা মণ্ডল যুৱমৰ্চাৰ সভাপতি নৱজিৎ বৰপাত্ৰ গোহাঁই,
নৱ নিৰ্বাচিত পাঞ্চায়তৰ সভাপতি জিতুৰাজ বৰুৱাৰ লগতে মণ্ডল যুৱমৰ্চা সা:সম্পাদক ধ্ৰুৱ প্ৰসাদ শইকীয়া # #

এবাৰ কথাবোৰ ভাবি চাব....সকলোৱে পাহৰিলে চাগে!!!
18/11/2018

এবাৰ কথাবোৰ ভাবি চাব....সকলোৱে পাহৰিলে চাগে!!!

14/11/2018

ভাৰতীয় জনতা পাৰ্টিৰ বেতবাৰী জিলা পৰিষদৰ প্ৰাৰ্থী ৰুবিকা বুঢ়াগোহাঁই ডাঙৰীয়ানিলৈ শুভকামনা জনালোঁ।

ৰংপুৰ জিলা পৰিষদ আসনৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী জ্যোতি প্ৰসাদ দাস ডাঙৰীয়ালৈ খেলুৱা মণ্ডল যুৱ  মৰ্চাৰ তৰফৰ পৰা আন্তৰিক শ...
13/11/2018

ৰংপুৰ জিলা পৰিষদ আসনৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী জ্যোতি প্ৰসাদ দাস ডাঙৰীয়ালৈ খেলুৱা মণ্ডল যুৱ মৰ্চাৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জনালোঁ !

11/11/2018

শিৱসাগৰ খেলুৱা মণ্ডলৰ অন্তৰ্গত পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীত্ব পোৱা সমূহ প্ৰাৰ্থীক শুভেচ্ছা জনালোঁ।💐💐

শিৱসাগৰ খেলুৱা মণ্ডলৰ তৰফৰ পৰা....Narendra Modi Sarbananda Sonowal Himanta Biswa Sarma
18/10/2018

শিৱসাগৰ খেলুৱা মণ্ডলৰ তৰফৰ পৰা....Narendra Modi Sarbananda Sonowal Himanta Biswa Sarma

সকলো অসম বাসী ৰাইজলৈ দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ...
16/10/2018

সকলো অসম বাসী ৰাইজলৈ দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ...

Address

Sibsagar

Website

Alerts

Be the first to know and let us send you an email when Yuva Sakti posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category