Sibsagar College Student Union 2023

Sibsagar College Student Union 2023 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sibsagar College Student Union 2023, Social service, Sibsagar College , Joysagar (Autonomous), Sibsagar.

শিৱসাগৰ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ২০২১-২৪ বৰ্ষৰ ছাত্ৰ চাহিল ৰহমান বৰ্তমান শাৰীৰিক ভাবে যথেষ্ট অসুস্থ। ডক্তৰ...
22/11/2024

শিৱসাগৰ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ২০২১-২৪ বৰ্ষৰ ছাত্ৰ চাহিল ৰহমান বৰ্তমান শাৰীৰিক ভাবে যথেষ্ট অসুস্থ। ডক্তৰৰ চিকিৎসাৰ পৰা গম পোৱা গৈছে যে বৰ্তমান তেখেতৰ দুয়োটা কিডনী সম্পূৰ্ণভাৱে বিকল । তেখেত ১৭.০৫.২০২৪ তাৰিখে উক্ত ব্যাধিৰ সম্পৰ্কে অৱগত হয়। কিন্তু পৰিয়ালৰ লোকে আৰ্থিক অসুবিধাৰ বাবে তেখেতক উচ্চ চিকিৎসাৰ বাবে নিব পৰা নাই। তেখেতৰ পিতৃৰো কেইবছৰমানৰ আগতে মৃত্যু হয়। মাতৃয়ে এখন তামোল পানৰ দোকান দি পৰিয়ালটো যেনে তেনে পোহপাল দিছিল। কিন্তু বৰ্ত্তমান সময়ত তেখেতে চাহিলৰ চিকিৎসাৰ বাবে আৰ্থিক সংকটত পৰিছে।গতিকে আমি শিৱসাগৰৰ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগে আপোনালোকৰ পৰা অলপ সহায় বিচাৰিছোঁ । আপোনালোকে আৰ্থিক ভাবে চাহিলক যাতে কিঞ্চিৎ সহায় কৰে তাৰ বাবে অনুৰোধ জনালোঁ।

চাহিলক সহায় কৰিব বিচৰা সকলে পোনপটীয়াকৈ তেখেতক সহায় কৰিব পাৰিব। আমি তেখেতৰ phon pay scanner আপোনালোকলৈ আগবঢ়ালোঁ।
#মানুহে মানুহৰ বাবে

Address

Sibsagar College , Joysagar (Autonomous)
Sibsagar

Website

Alerts

Be the first to know and let us send you an email when Sibsagar College Student Union 2023 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category