ASRLM Sivasagar

ASRLM Sivasagar *Inclusion of the poorest, and meaningful role to the poorest in all the processes.

*Ownership and

On 17th of July, a DDU-GKY mobilization camp was organized at Baruah Pukhuri village under ASRLM Amguri, Sivasagar in pr...
17/07/2024

On 17th of July, a DDU-GKY mobilization camp was organized at Baruah Pukhuri village under ASRLM Amguri, Sivasagar in presence of District and Block Officials along with PIA's representatives. Youths from the village attended the mobilization camp and got an overview of different trades which will benefit these local youths in getting employment.

অসমী বহাগী মেলা ২০২৪ ৰ বাকৰিত, শিৱসাগৰ জিলা অভিযান পৰিচালনা শাখাৰ উদ্যোগত সচেতন ভোটাৰ সকলৰ এশ শতাংশ ভোটদানৰ নিশ্চয়তাৰ ব...
10/04/2024

অসমী বহাগী মেলা ২০২৪ ৰ বাকৰিত, শিৱসাগৰ জিলা অভিযান পৰিচালনা শাখাৰ উদ্যোগত সচেতন ভোটাৰ সকলৰ এশ শতাংশ ভোটদানৰ নিশ্চয়তাৰ বাবে SVEEP ৰ কাৰ্যসূচীৰ অন্তৰ্গত এক গণস্বাক্ষৰ পদক্ষেপ হাতত লোৱা হয়। শিৱসাগৰৰ জিলা আয়ুক্ত শ্ৰীযুত আদিত্য বিক্ৰম যাদৱ মহোদয়ে নিজৰ স্বাক্ষৰ প্ৰদানেৰে শুভাৰম্ভ কৰে। বহাগী মেলাৰ বাকৰিত উপস্থিত থকা জিলা প্ৰকল্প প্ৰৱন্ধক ডা৹ সুৰজজ্যোতি গগৈৰ লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলাখনৰ সকলো কৰ্মচাৰী তথা আত্মসহায়ক গোটৰ সদস্যা সকলে অংশগ্ৰহণ কৰে।

04/03/2024

লাখপতি বাইদেউ মামো গগৈ
শিলাকুটি গাওঁ পঞ্চায়ত
শিৱসাগৰ উন্নয়ন খণ্ড
জীৱিকা - পিঠা-পনা, লাডু - নিমকি ব্যৱসায়
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ আত্মসহায়ক গোটত অন্তৰ্ভুক্ত হোৱা পাছত বাইদেউৱে এই জীৱিকা আৰম্ভ কৰে আৰু বৰ্তমানলৈকে ASRLM ৰ অনুদানৰ পৰা সৰ্বমুঠ ১,৫৭,০০০/-(একলাখ সাতাৱন্নহাজাৰ টকা) টকা বিনিয়োগ কৰি বৰ্তমান মাহে প্ৰায় ২০ৰ পৰা ২৫ হাজাৰ আৰু বছৰি ২ইৰ পৰা ২.৫ লাখ টকালৈকে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।
তেওঁ বনোৱা উন্নত মানদণ্ডৰ তিল পিঠা আনকি ইংলেণ্ড আৰু ডুবাই ৰ দৰে বিদেশলৈও ৰপ্তানি হৈছে।
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান এই সকল বাইদেউকলৈ সদায় গৌৰম্বিত আপুনি আৰু আগবাঢ়ি যাওঁক।

#ময়োলাখপতি

06/02/2024
আজিৰ যুৱ প্ৰজন্ম কালিলৈ দেশৰ ভৱিষ্যত।দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল্য যোজনা (DDU-GKY) এ দৰিদ্ৰ তথা নিবনুৱা যুৱক যুৱতী স...
23/06/2022

আজিৰ যুৱ প্ৰজন্ম কালিলৈ দেশৰ ভৱিষ্যত।

দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল্য যোজনা (DDU-GKY) এ দৰিদ্ৰ তথা নিবনুৱা যুৱক যুৱতী সকলক কৌশল বিকাশ ৰ যোগেদি সংস্হাপনৰ বাবে এখন সুকীয়া মঞ্চৰ সৃষ্টি কৰিছে। তাৰ সুবাদতেই আজি লেংগিবৰ গাঁও পঞ্চায়তৰ সভাপতি দেৱৰ তৎপৰতাত লেংগিবৰ পঞ্চায়তৰ সভাগৃহত স্থানীয় যুৱক যুৱতী তথা ৰাইজৰ মাজত DDU-GKY ৰ ওপৰত এখনি সজাগতা সভা সুচাৰুৰূপে আয়োজন কৰা হয়। সভাত পঞ্চায়তটোৰ সভাপতিৰ উপৰিও শিৱসাগৰ জিলা প্ৰকল্প পৰিচালনা গোট আৰু নাজিৰা প্ৰকল্প পৰিচালনা গোটৰ বিষয় ববীয়া সকল, দুটাকৈ প্ৰকল্প ৰূপায়নকাৰী সংস্থাৰ প্ৰতিনিধি উপস্থিত থাকে।

24/09/2021

Address

DMMU, Sivasagar, ASRLM
Sibsagar
785640

Opening Hours

Monday 9:30am - 5pm
Tuesday 9:30am - 5pm
Wednesday 9:30am - 5pm
Thursday 9:30am - 5pm
Friday 9:30am - 5pm
Saturday 9:30am - 5pm

Website

Alerts

Be the first to know and let us send you an email when ASRLM Sivasagar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to ASRLM Sivasagar:

Share